logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

AlokeshDas notun silver Kali Mandir

3 hrs ago
user_AlokeshDas
AlokeshDas
তামুলপুৰ, তামুলপুৰ, অসম•
3 hrs ago

AlokeshDas notun silver Kali Mandir

More news from অসম and nearby areas
  • ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বিশ্বাসৰ ভোটাৰ ৰাইজক অনুৰোধ- পূৰ্বে ছপোৱা বেলট পেপাৰৰ প্ৰতিলিপত থকা ক্ৰমিক নম্বৰ ১০ আছিল যদিও আজি চূড়ান্ত বেলট পেপাৰত তেওঁৰ প্ৰতীক চিহ্ন নাৰিকলৰ বাগিচাই যদিও ক্ৰমিক নম্বৰ ১১ হিচাপে চূড়ান্ত হৈছে । পূৰ্বে ৰাইজক জনোৱা ক্ৰমিক নম্বৰৰ সলনি মৃণাল বিশ্বাসৰ চূড়ান্ত ক্ৰমিক নম্বৰ ১১ হব বুলি উল্লেখ প্ৰাৰ্থী গৰাকীৰ।
    1
    ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বিশ্বাসৰ ভোটাৰ ৰাইজক অনুৰোধ- পূৰ্বে ছপোৱা বেলট পেপাৰৰ প্ৰতিলিপত থকা  ক্ৰমিক নম্বৰ ১০ আছিল যদিও আজি চূড়ান্ত বেলট পেপাৰত তেওঁৰ প্ৰতীক চিহ্ন নাৰিকলৰ বাগিচাই যদিও ক্ৰমিক নম্বৰ ১১ হিচাপে চূড়ান্ত হৈছে । 
পূৰ্বে ৰাইজক জনোৱা ক্ৰমিক নম্বৰৰ সলনি মৃণাল বিশ্বাসৰ চূড়ান্ত ক্ৰমিক নম্বৰ ১১ হব বুলি উল্লেখ প্ৰাৰ্থী গৰাকীৰ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • notun silver Kali Mandir
    1
    notun silver Kali Mandir
    user_AlokeshDas
    AlokeshDas
    তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজান বৈশ্যক বিদায় সম্বৰ্ধনা ।সুদীৰ্ঘ কাল সফল শিক্ষকতাৰ অন্তত আজি ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰে প্ৰধান শিক্ষক অজান বৈশ্যই । বিদায় অনুষ্ঠানক লৈ বিদ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অভিভাৱক অভিভাৱিকা ,কণ কণ শিশু ছাত্ৰ ছাত্ৰী সকলে শোকাকুল পৰিৱেশত বিদায় জনায় শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীক । অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বেচৰকাৰী সংস্থা পৰমাৰ্থৰ ফালৰ পৰাও সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত পৰমাৰ্থৰ সভাপতি ভাস্কৰ কলিতা, সম্পাদক বিশ্বজিৎ কাকতীৰ লগতে বিষয়ববীয়া প্ৰবীৰ কলিতাই অ্ংশগ্ৰহণ কৰি ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্ভাষণ জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতি শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ভিত্তিত যুগুত কৰা স্মৰণিকা এখনৰো আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।
    1
    ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজান বৈশ্যক বিদায়  সম্বৰ্ধনা ।সুদীৰ্ঘ কাল সফল শিক্ষকতাৰ অন্তত আজি ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰে প্ৰধান শিক্ষক অজান বৈশ্যই । বিদায় অনুষ্ঠানক লৈ  বিদ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অভিভাৱক অভিভাৱিকা ,কণ কণ শিশু ছাত্ৰ ছাত্ৰী সকলে শোকাকুল পৰিৱেশত বিদায় জনায় শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীক । অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বেচৰকাৰী সংস্থা পৰমাৰ্থৰ ফালৰ পৰাও সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত পৰমাৰ্থৰ সভাপতি ভাস্কৰ কলিতা, সম্পাদক বিশ্বজিৎ কাকতীৰ লগতে বিষয়ববীয়া প্ৰবীৰ কলিতাই অ্ংশগ্ৰহণ কৰি ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্ভাষণ জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতি শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ভিত্তিত যুগুত কৰা স্মৰণিকা এখনৰো আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    44 min ago
  • 📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল। 📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা। 📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।
    1
    📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল।
📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা।
📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    1 hr ago
  • Post by Moe Salim
    1
    Post by Moe Salim
    user_Moe Salim
    Moe Salim
    বজালী (পিটি), বজালী, অসম•
    12 hrs ago
  • ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ
    1
    ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া
🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    3 hrs ago
  • তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক। কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়। তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে। তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।
    1
    তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক।
কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়।
তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে।
তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.