Shuru
Apke Nagar Ki App…
⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ
H News National
⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ
More news from Kamrup Metro and nearby areas
- ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ1
- ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজান বৈশ্যক বিদায় সম্বৰ্ধনা ।সুদীৰ্ঘ কাল সফল শিক্ষকতাৰ অন্তত আজি ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰে প্ৰধান শিক্ষক অজান বৈশ্যই । বিদায় অনুষ্ঠানক লৈ বিদ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অভিভাৱক অভিভাৱিকা ,কণ কণ শিশু ছাত্ৰ ছাত্ৰী সকলে শোকাকুল পৰিৱেশত বিদায় জনায় শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীক । অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বেচৰকাৰী সংস্থা পৰমাৰ্থৰ ফালৰ পৰাও সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত পৰমাৰ্থৰ সভাপতি ভাস্কৰ কলিতা, সম্পাদক বিশ্বজিৎ কাকতীৰ লগতে বিষয়ববীয়া প্ৰবীৰ কলিতাই অ্ংশগ্ৰহণ কৰি ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্ভাষণ জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতি শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ভিত্তিত যুগুত কৰা স্মৰণিকা এখনৰো আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।1
- গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি1
- ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বিশ্বাসৰ ভোটাৰ ৰাইজক অনুৰোধ- পূৰ্বে ছপোৱা বেলট পেপাৰৰ প্ৰতিলিপত থকা ক্ৰমিক নম্বৰ ১০ আছিল যদিও আজি চূড়ান্ত বেলট পেপাৰত তেওঁৰ প্ৰতীক চিহ্ন নাৰিকলৰ বাগিচাই যদিও ক্ৰমিক নম্বৰ ১১ হিচাপে চূড়ান্ত হৈছে । পূৰ্বে ৰাইজক জনোৱা ক্ৰমিক নম্বৰৰ সলনি মৃণাল বিশ্বাসৰ চূড়ান্ত ক্ৰমিক নম্বৰ ১১ হব বুলি উল্লেখ প্ৰাৰ্থী গৰাকীৰ।1
- notun silver Kali Mandir1
- Post by Dhiren Medhi1
- Post by Moe Salim1
- ⚡️ “মিঞাৰ ৰাজনৈতিক কামিহাড় ভাঙিম” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ হুংকাৰ 🚨 নিৰ্বাচনৰ পূৰ্বে ডাঙৰ মন্তব্য! “মিঞাগীৰী চলিবলৈ নিদিওঁ” – মুখ্যমন্ত্ৰী 💥 ৰাজনীতি উত্তপ্ত! মিঞাৰ বিৰুদ্ধে কঠোৰ ভাষাত মুখ্যমন্ত্ৰী1