Shuru
Apke Nagar Ki App…
মথুৰাপুৰত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
Charaideo news
মথুৰাপুৰত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
More news from অসম and nearby areas
- সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷1
- ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। 🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।1
- বিজেপিৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷3
- হাতীঘুলিৰ বীৰেন গগৈয়ে দিলে স্পষ্টীকৰণ জয়ন্ত হাজৰিকা / কুশল দুৱৰীয়ে মোক গুলিওৱা নাই । এই ঘটনাত কোনো কাৰণতে জয়ন্ত হাজৰিকা জড়িত নহয় সংবাদ মাধ্যমত প্ৰকাশ বাতৰি সত্য নহয় সেই সময়ত বজৰংগ দল আৰ্মিৰ অপাৰেশ্যন চলিছিল জয়ন্ত হাজৰিকাই অত্যাচাৰ কৰা নাছিল ইয়াৰোপৰি যি সকলে এনেকুৱা ধৰণৰ কথা উলিয়াই আছে সেই সকলক জনসাধাৰণক এনেদৰে মিছা কথা কৈ বিপথে পৰিচালিত নকৰিবলৈ ও আহ্বান জনায় বীৰেন গগৈয়ে উল্লেখ্য যে বীৰেন গগৈক জয়ন্ত হাজৰিকাই গুলিয়াইছিল বুলি তেখেতৰ এগৰাকী ভাতৃয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল এয়া সম্পূৰ্ণ মিছা বুলি বীৰেন গগৈয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত তদুপৰি যিগৰাকী ভাতৃয়ে এই কথা প্ৰকাশ কৰিছিল তেখেত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি বুলিও মন্তব্য কৰে ।1
- শিৱসাগৰ সমষ্টিৰ একত্ৰিত বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈয়ে আজি নিজ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম আৰু চিপিআইৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি সমষ্টিটোৰ বানমুখ, পাণবেচা, দিচাংমুখ, শান্তিপুৰ আৰু ৰুদ্ৰসাগৰ পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত এলানি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰতিখন সভাতে স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।4
- নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷ মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।1
- hello friends help me 😭😭2
- শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে। মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।3