logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোলাঘাটবাসী ৰাইজৰ আৰ্শীৱাদ লাভ কৰি মোৰ বুজাব নোৱাৰা আনন্দ,গোলাঘাটত মন্তব্য মুখ্যমন্ত্ৰীৰ জন সমুদ্ৰত পৰিণত হল গোলাঘাট l বি জে পি জন আৰ্শীৱাদ যাত্ৰাৰ বিশাল ৰেলিত অংশগ্ৰহণ কৰি শনিবাৰে সন্ধিয়া গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা l ৰাইজৰ মৰম আৰু আৰ্সিবাদ পাই অভিভূত হৈ পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।মুখ্যমন্ত্ৰী গৰাকীক গণ আৰ্সিবাদ যাত্ৰাত সংগ দিলে সাংসদ কামাখ্যা প্ৰসাদ তাছা,মন্ত্ৰী অজন্তা নেওগ,বি জে পি ৰাজ্যিক সভাপতিৰ লগতে গোলাঘাট জিলা বি জে পিৰ বিষয় ববিয়া সকল আৰু অগণন ৰাইজ।

on 7 March
user_Malobika bora
Malobika bora
গোলাঘাট, গোলাঘাট, অসম•
on 7 March

গোলাঘাটবাসী ৰাইজৰ আৰ্শীৱাদ লাভ কৰি মোৰ বুজাব নোৱাৰা আনন্দ,গোলাঘাটত মন্তব্য মুখ্যমন্ত্ৰীৰ জন সমুদ্ৰত পৰিণত হল গোলাঘাট l বি জে পি জন আৰ্শীৱাদ যাত্ৰাৰ বিশাল ৰেলিত অংশগ্ৰহণ কৰি শনিবাৰে সন্ধিয়া গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা l ৰাইজৰ মৰম আৰু আৰ্সিবাদ পাই অভিভূত হৈ পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।মুখ্যমন্ত্ৰী গৰাকীক গণ আৰ্সিবাদ যাত্ৰাত সংগ দিলে সাংসদ কামাখ্যা প্ৰসাদ তাছা,মন্ত্ৰী অজন্তা নেওগ,বি জে পি ৰাজ্যিক সভাপতিৰ লগতে গোলাঘাট জিলা বি জে পিৰ বিষয় ববিয়া সকল আৰু অগণন ৰাইজ।

  • user_Padmeswar Kalindi
    Padmeswar Kalindi
    Amguri, Sivasagar
    👏
    on 13 March
More news from অসম and nearby areas
  • মাজুলীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ  ৰাইজে বিচাৰে তৃতীয়তো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহক। কাৰন বিজেপি থাকিলেহে অসমৰ জাতীয় জীৱনৰ অস্তিষ্ট সুৰক্ষিত হৈ থাকিব। মাটি, ভেটি জাতি কলা সংস্কৃতি স্বভিমান ৰক্ষা পৰিব। মাজুলীৰ ৰাইজৰ উপস্থিত সহাৰিয়ে স্পষ্ট কৰিছে যে ভুৱন গাম মাজুলীৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি জয়যুক্ত হৈ অসম বিধান সভালৈ যাব।  যোৱা ১০ টা বছৰে বিজেপি চৰকাৰে অসমৰ লগতে মাজুলীত যি উন্নয়ন মূলক কাম কৰিলে তাৰ বাৱে ভোটাৰ ৰাইজ বিজেপি দলৰ লগত থাকি বিজেপি সপক্ষে ভোটদান কৰিব।
    1
    মাজুলীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ 
ৰাইজে বিচাৰে তৃতীয়তো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহক। কাৰন বিজেপি থাকিলেহে অসমৰ জাতীয় জীৱনৰ অস্তিষ্ট সুৰক্ষিত হৈ থাকিব। মাটি, ভেটি জাতি কলা সংস্কৃতি স্বভিমান ৰক্ষা পৰিব।
মাজুলীৰ ৰাইজৰ উপস্থিত সহাৰিয়ে স্পষ্ট কৰিছে যে ভুৱন গাম মাজুলীৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি জয়যুক্ত হৈ অসম বিধান সভালৈ যাব। 
যোৱা ১০ টা বছৰে বিজেপি চৰকাৰে অসমৰ লগতে মাজুলীত যি উন্নয়ন মূলক কাম কৰিলে তাৰ বাৱে ভোটাৰ ৰাইজ বিজেপি দলৰ লগত থাকি বিজেপি সপক্ষে ভোটদান কৰিব।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    20 hrs ago
  • ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA  প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    3 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
  • ​গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।
    1
    ​গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚
    1
    কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚
    user_Jamir Ali
    Jamir Ali
    Political party office কলিয়াবৰ, নগাঁও, অসম•
    16 hrs ago
  • চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ যোগেন মহন উপস্থিত থাকে ।
    1
    চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ  যোগেন মহন উপস্থিত থাকে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • Post by Salman Hussain
    1
    Post by Salman Hussain
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    9 hrs ago
  • MAJULI NEWS মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ নিৰ্বাচনী প্ৰচাৰ। শতাধিক দলীয় কৰ্মীক লগত লৈ ডঃ ইন্দ্ৰনীল পেগুৱে ফুলনি চাৰিআলিত চলালে নিৰ্বাচনী প্ৰচাৰ। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ৫ টা দিন বাকী থকা অৱস্থাত ততপৰতা বাহিছৰ ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান। পিছ পৰি ৰোৱা নাই ভাৰতীয় জাতীয়া কংগ্ৰেছ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিৰোধী মিত্ৰ জোটৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে প্ৰচাৰ তুংগত তুলিছে। আজি ৰাতি ডঃ ইন্দ্ৰনীল পেগুৱে  মাজুলীৰ অন্যতম ব্যৱসায়িক স্থান ফুলনি চাৰিআলিত নিৰ্বাচনী প্ৰচাৰ চলাই ফুলনি চাৰিআলি ব্যৱসায়িক প্ৰতিস্থান সমূহৰ ব্যৱসায়ী সকলৰ ওচৰলৈ গৈ ভোট ভিক্ষা খোজা পৰিলক্ষিত হয়।
    1
    MAJULI NEWS
মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ নিৰ্বাচনী প্ৰচাৰ।
শতাধিক দলীয় কৰ্মীক লগত লৈ ডঃ ইন্দ্ৰনীল পেগুৱে ফুলনি চাৰিআলিত চলালে নিৰ্বাচনী প্ৰচাৰ।
বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ৫ টা দিন বাকী থকা অৱস্থাত ততপৰতা বাহিছৰ ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান।
পিছ পৰি ৰোৱা নাই ভাৰতীয় জাতীয়া কংগ্ৰেছ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিৰোধী মিত্ৰ জোটৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে প্ৰচাৰ তুংগত তুলিছে।
আজি ৰাতি ডঃ ইন্দ্ৰনীল পেগুৱে  মাজুলীৰ অন্যতম ব্যৱসায়িক স্থান ফুলনি চাৰিআলিত নিৰ্বাচনী প্ৰচাৰ চলাই
ফুলনি চাৰিআলি ব্যৱসায়িক প্ৰতিস্থান সমূহৰ ব্যৱসায়ী সকলৰ ওচৰলৈ গৈ ভোট ভিক্ষা খোজা পৰিলক্ষিত হয়।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.