logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল সম্বোধন নগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ। ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী। আৰক্ষীয়ে ডকাইতৰ দলটোৰ স্বীকাৰোক্তি ভিত্তিত নগাঁও মৰিকলঙৰ পৰিতক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত দুখনকৈ দা। আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাণ্ডটোত ব্যৱহৃত AR01M 4013 নম্বৰৰ এখন বলেৰো বাহন। সোধপোছৰ বাবে মতা হৈছে বাহন খনৰ গৰাকীক। আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটো। পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাটোৰ লগত জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ ডকাইত তিনিটাক। ডকাইতি কাণ্ডটোৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰি দিছে SIT।

1 hr ago
user_Bittuahmed
Bittuahmed
Local News Reporter নগাঁও, নগাঁও, অসম•
1 hr ago

চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল সম্বোধন নগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ। ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী। আৰক্ষীয়ে ডকাইতৰ দলটোৰ স্বীকাৰোক্তি ভিত্তিত নগাঁও মৰিকলঙৰ পৰিতক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত দুখনকৈ দা। আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাণ্ডটোত ব্যৱহৃত AR01M 4013 নম্বৰৰ এখন বলেৰো বাহন। সোধপোছৰ বাবে মতা হৈছে বাহন খনৰ গৰাকীক। আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটো। পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাটোৰ লগত জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ ডকাইত তিনিটাক। ডকাইতি কাণ্ডটোৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰি দিছে SIT।

More news from অসম and nearby areas
  • নতুনকৈ গঠন হ'বলগা বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন হৈছে। মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰ পৰিচালনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দাসে এই আহ্বান জনাইছে। এই দাবীয়ে ৰাজ্যিক ৰাজনীতিত নতুন চৰ্চা আৰম্ভ কৰিছে।
    1
    নতুনকৈ গঠন হ'বলগা বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন হৈছে। মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰ পৰিচালনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দাসে এই আহ্বান জনাইছে। এই দাবীয়ে ৰাজ্যিক ৰাজনীতিত নতুন চৰ্চা আৰম্ভ কৰিছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • ঢেকীয়াজুলিত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল সৌৰভ আলীৰ ঢেকীয়াজুলিত সঘনাই পথ দূৰ্ঘটনাত প্ৰাণ গৈছে । তথাপিও জনসাধাৰণৰ নিৰাপদত অৱহেলা চৰকাৰী বিষয়াৰ
    1
    ঢেকীয়াজুলিত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল সৌৰভ আলীৰ
ঢেকীয়াজুলিত সঘনাই পথ দূৰ্ঘটনাত প্ৰাণ গৈছে ।  তথাপিও জনসাধাৰণৰ নিৰাপদত অৱহেলা চৰকাৰী বিষয়াৰ
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    19 min ago
  • মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে ৷ আজি অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সংবাদমেলত ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ কাৰ্যনিৰ্বাহক সদস্য তথা উক্ত অনুষ্ঠানৰ আতধৰোতা বিষ্ণু পাটোদীয়া,সঞ্জয় আগৰৱাল,ৰাজেশ আগৰৱাল,ৰামনিৱাশ আগৰৱালা,উপ সভাপতি অনুপ ৰাঠিৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷
    1
    মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে 
মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে ৷ আজি অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সংবাদমেলত ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ কাৰ্যনিৰ্বাহক সদস্য তথা উক্ত অনুষ্ঠানৰ আতধৰোতা বিষ্ণু পাটোদীয়া,সঞ্জয় আগৰৱাল,ৰাজেশ আগৰৱাল,ৰামনিৱাশ আগৰৱালা,উপ সভাপতি অনুপ ৰাঠিৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • Post by Sanjeev biswas
    1
    Post by Sanjeev biswas
    user_Sanjeev biswas
    Sanjeev biswas
    ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    13 hrs ago
  • ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
    1
    ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। 

আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। 
১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত  শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। 
আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    24 min ago
  • 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं मैं बातचीत के दौरान हमें कहा 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं बातचीत के दौरान हमें कहा #newsreport
    1
    12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं मैं बातचीत के दौरान हमें कहा
12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं  बातचीत के दौरान हमें कहा
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীয়ে নতুনকৈ গঠন হ'বলগা বি:জে:পি চৰকাৰৰ মন্ত্ৰীসভাত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। এই আহ্বানৰ জৰিয়তে স্থানীয় জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটোৱাৰ চেষ্টা কৰা হৈছে।
    1
    মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীয়ে নতুনকৈ গঠন হ'বলগা বি:জে:পি চৰকাৰৰ মন্ত্ৰীসভাত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। এই আহ্বানৰ জৰিয়তে স্থানীয় জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটোৱাৰ চেষ্টা কৰা হৈছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • ঢেকীয়াজুলি আজগৰত দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা আয়োজন । ঢেকীয়াজুলি আজগৰত দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা আয়োজন । আজি অন্তিমটো দিনত ভিৰ অগণন ভক্তৰ
    1
    ঢেকীয়াজুলি আজগৰত  দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা  আয়োজন ।
ঢেকীয়াজুলি আজগৰত দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা আয়োজন । আজি অন্তিমটো দিনত ভিৰ অগণন ভক্তৰ
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    2 hrs ago
  • ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনৰ পৰা এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। প্ৰশান্ত বৈশ্যৰ এই প্ৰতিবেদনত অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ বিষয় উন্মোচন হোৱাৰ সম্ভাৱনা আছে।
    1
    ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনৰ পৰা এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। প্ৰশান্ত বৈশ্যৰ এই প্ৰতিবেদনত অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ বিষয় উন্মোচন হোৱাৰ সম্ভাৱনা আছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.