Shuru
Apke Nagar Ki App…
১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
DSL LIVE
১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
More news from অসম and nearby areas
- ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।1
- 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं मैं बातचीत के दौरान हमें कहा 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं बातचीत के दौरान हमें कहा #newsreport1
- ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন-মুখপত্ৰ জিকেৰি উন্মোচন ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আজি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰা হয়। ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস।কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনীৰ লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।দিনৰ ভাগত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সভাত কামৰূপ জিলা লেখিকা সমাজৰ মুখপত্ৰ জিকেৰিৰ লগতে সবিতা বৰ্মণ আৰু মামনি লহকৰৰ কাব্যগ্ৰন্থ ক্ৰমে ৰ'দৰ আশা আৰু অনামী সুবাসৰো উন্মোচন কৰা হয়।অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই জিকেৰি উন্মোচন কৰাৰ লগতে আন দুখন গ্ৰন্থ অধিবক্তা হিৰণ্য চৌধুৰী আৰু বিশিষ্ট লেখক কৈলাশ জৈনে উন্মোচন কৰে।গীত মাতেৰে জীপাল হৈ পৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃ জয়া দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, কামৰূপ জিলা লেখিকা সমাজৰ পৃষ্ঠপোষক জয়ন্ত জিৎ কলিতা , কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।1
- মোৰ কথা মোৰ ভাষা মোৰ চিন্তাৰে লিখা এটা মোৰ জনপ্ৰিয় কবিতাৰ পৰা সাঁজি উলিওৱা এটা সুমধুৰ মন চুই যোৱা গান। #Assamesenewsobg1
- অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে দুজনকৈ কেন্দ্ৰীয় পৰ্যবেক্ষকক উষ্ম আদৰণি জনালে। এই আদৰণিয়ে ৰাজ্যিক ৰাজনীতিত নতুন আলোচনাৰ সৃষ্টি কৰিছে। পৰ্যবেক্ষকসকলৰ আগমনক আগন্তুক ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত হিচাপে চোৱা হৈছে।1
- জালাহত উপস্থিত হৈ কি ক'লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীয়ে... জালাহত উপস্থিত হৈ কি ক'লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীয়ে...1
- মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ। ট্ৰলীৰ অভাৱত জাবৰ পেলোৱা ঠেলাত উঠাই চিকিৎসকৰ ওচৰলৈ নিলে ৰোগী। ঠেলাত ৰোগী লৈ যোৱা এইয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দৃশ্য। মৰিগাঁও জিলাৰ তিনিজন শ্বহীদ ক্ৰমে তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামত উচৰ্গীত চিকিৎসালয় খনৰ পয়ালগা অৱস্থাৰ বাবে দুৰ্ভুগ ভুগি আহিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকল। বহু দিনৰ পৰা ষ্টেচাৰ আৰু ট্ৰলি অবিহনে চলি আছে চিকিৎসালয় খন। আজিও পোৱাৰ ভাগত মৰিগাঁও জিলাৰ মনহাৰ পৰা দিপু ডেকা নামৰ ৰোগী জনক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল পৰিয়ালে। কিন্তু ৰোগী জন লৈ চিকিৎসালয় পোৱাৰ পিছত এখন ট্ৰলিৰ অভাৱত গাড়ীৰ পৰা চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰোগী জন। শেষত ৰোগী দিপু ডেকাৰ পৰিয়ালে চিকিৎসালয় খন বিচাৰি বহু সময়ৰ অন্তত চিকিৎসালয় মৰ্গৰ ওচৰৰ পৰা জাবৰ পেলোৱা কামত ব্যৱহাৰ কৰা এখন ঠেলা যোগাৰ কৰি এখন ভঙা ট্ৰলীৰ সহায়ত ঠেলাত উঠাই ৰোগী জন চিকিৎসকৰ কাষলৈ নিয়ে।1
- NDAৰ বিধায়িনী দল নেতা হিচাপে নিৰ্বাচিত হ'ল ড০ হিমন্ত বিশ্ব শর্মা জে পি নড্ডাৰ ঘোষণাৰ পিছতে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ড০ হিমন্ত বিশ্ব শৰ্মাই1