Shuru
Apke Nagar Ki App…
লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ? AJP লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ?
The Times of Guwahati
লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ? AJP লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ?
More news from Nagaon and nearby areas
- লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ?1
- জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰৱ সাংসদ ৰকিবুল হুছেইন ১৯ ছেপ্টেম্বৰত মৃত্যু হ'ব সেইটো ১০ ছেপ্টেম্বৰত সিহঁতে কেনেকৈ জানিলে বিজেপিলৈ প্ৰশ্ন ৰকিবুল হুছেইনৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে আমি এমাহৰ আমি জুবিন গাৰ্গে ন্যায় পাব মন্তব্য ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ শিঙিমাৰীত উপস্থিত হৈ এনেদৰেই জুবিনৰ ন্যায় সন্দৰ্ভত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন1
- অফাৰ অফাৰ অফাৰ ঈদৰ উপলক্ষ্য এই অফাৰ চলিব থাকিব। ৪০% শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব কাপোৰ,জোতা, চেণ্ডেল আৰু কচমেটিক প্ৰতিটো সামগ্ৰী ক্ৰয় কৰি লৈ যাওঁক কম মূল্যত চামগুৰি সমষ্টিৰ শিৱস্থান দলংপাৰস্থিত মিৰাজ ক্লুত ষ্টোৰে লৈ আহিছে বাম্পাৰ অফাৰ আপুনি মন পছন্দৰ যিকোনো ক্ৰয় কৰিব বিচাৰিছে নেকি? তেন্তে এবাৰ এই মিৰাজ ক্লুত ষ্টোৰখনলৈ আহক আৰু মন খুলি শ্বপিং কৰক শিশুৰ পৰা বৃদ্ধলৈ সকলো ধৰণৰ কাপোৰ উপলব্ধ আছে দোকান খনত কতৃপক্ষৰ যোগাযোগ নম্বৰ হৈছে 93951 657071
- মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়1
- গৰীমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত নিজ হাতেৰে তম্বু তৰাৰ হৃদয়স্পৰ্শী দৃশ্য। বৰষুণত বোকি পানীৰে লুতুৰি পুতুৰি হৈ গৈছিল জুবিন ক্ষেত্ৰ। চৰকাৰে কাণ মন নিদিয়াত গৰীমা শইকীয়া নিজেই নামি পৰিল স।স্বামীৰ সমাধী ক্ষেত্ৰত।1
- কেরালা থেকে বাড়ি যাওয়ার পথে1
- # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । # ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই । # ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।3
- লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।1