দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।
দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ
সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ
ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।
- দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।3
- 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods2026 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods20261
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷1
- *কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া ম'হ ৰ বাবে বিখ্যাত লক্ষীমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত থকা পাভ অভয়াঅৰণ্য ঃ* বিহপুৰীয়াঃলখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্হিতঅসম বিখ্যাত পাভ ৰিজাৰ্ভ৷অবৈধ্য বেদখল কাৰী ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত পাভ অভয়াৰণ্য ৰ সুৰক্ষাৰ দায়িত্বত ২০২৩ বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে অসম আৰক্ষীৰ গৃহ জোৱান বাহিনী (হোম ৰ্গাড)ক পাভ আধাখনাৰ তিনি নং শিৱিৰৰ দায়িত্ব ! # মুঠ ১৭ জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে পাভ অভয়াৰণ্যৰ এই শিৱিৰটিত । #বাঁহেৰে ৰ্নিমিত প্ৰায় ওৱলী যাৱ ধৰাঁ এই জৰাৰ্জীণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ দলটি । # য'ত "বনৰীয়া ম'হ "বনৰীয়া ঘোঁৰা " শিয়াল বিষাক্ত ৰ্সপ " মাজে সময়ে লটা মেকুৰী বাঘ কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত ওলাই অহি গড়ঁ বনৰীয়া হাতী আদি একাংশ হিংস্ৰ জীৱ জন্তুোৰ উপৰিও গছ গছনি ধ্বংস কৰা এচাম অসাধুলোকৰ পৰা সকলোকে ৰক্ষা কৰি চলিব লগীয়া হয় এই জোৱানৰ দলটি । # কেৱল সামান্য ছয়মহীয়া চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা "শৌচাগাৰৰ ভাল ব্যৱস্থা । # তাৰ মাজতে দিনে নিশাই সুৰক্ষাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিয়োজিত হৈ আছে অসম আৰক্ষীৰ গৃহ জোৱান সকল । # অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে এই সকল প্ৰহৰীৰ কল্যানমূলক আচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ""""""!! নৱজ্যোতি। শৰ্মা বিহপুৰীয়া৷4
- টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ। টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ।1
- *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট1
- 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook1
- 📍বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত 📍বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰৱঞ্চনা।1