Shuru
Apke Nagar Ki App…
কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকে সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীক ধিক্কাৰ দিয়ে। কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদমেল। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম সলনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ফখৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰা কাৰ্যটো দুৰ্ভাগ্য জনক আখ্যা। বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত যদি মেডিকেল কলেজ থাকিব পাৰে তেনেহলে ফখৰুদ্দিন আলি আহমেদৰ নামত কিয় মেডিকেল কলেজ থাকিব নোৱাৰে বুলি প্ৰশ্ন ? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী খালেকৰ।
RECENT TIME

- User7507Sonari, Charaideo😡on 17 March
More news from অসম and nearby areas
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- Post by Mogrob1
- গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা1
- জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷ মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷1
- Post by Saiful islam1
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1
- 📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ। 📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ। 📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।1