Shuru
Apke Nagar Ki App…
Meeting with Former Governor of Sikkim, Shri Ganga Prasad Chaurasia Trustee of Misty Helping Foundation, Shri Vinay Srivastava, had the privilege of meeting Shri Ganga Prasad Chaurasia Ji, former Governor of Sikkim. It was a gracious and memorable meeting, with meaningful discussions on various social issues and initiatives.
Janta ki awaz
Meeting with Former Governor of Sikkim, Shri Ganga Prasad Chaurasia Trustee of Misty Helping Foundation, Shri Vinay Srivastava, had the privilege of meeting Shri Ganga Prasad Chaurasia Ji, former Governor of Sikkim. It was a gracious and memorable meeting, with meaningful discussions on various social issues and initiatives.
More news from Assam and nearby areas
- ধুবুৰী চহৰৰ পদপথত অবৈধ ভাৱে বেদখল কৰি ব্যাবসায়ী সকলৰ বিৰুদ্ধে ধুবুৰী পৌৰসভা ৰ অভিযান প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:২৫ আগষ্ট দীৰ্ঘ দিন ধৰি ধুবুৰী চহৰৰ বিভিন্ন বাট পথ, পদপথ দখল কৰি একাংশ ব্যাবসায়ী অবৈধ ভাবে ব্যাবসা চলাই থকাৰ বাবে ৰাইজৰ যাতায়তৰ ত সমষ্যাৰ সৃষ্টিৰ লগতে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। আজি জিলা প্ৰশাসনৰ নিৰ্দেশ ৰ পিছত পৌৰসভা ৰ দল কাৰ্যবাহী বিষয়া ৰ উপস্থিতিত চহৰৰ বিভিন্ন অঞ্চলত বেদখল কালীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ্। ধুবুৰী পৌৰসভা ৰ পৌৰপতি দেবময় সান্নাল এই কাৰ্যত ৰাইজৰ সহযোগিতা কামনা কৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- অহা ২৬তাৰিখে ৯ বজাৰ পৰা আৰম্ভ হ'ব চিৰাং জিলাৰ দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী (সা:) ৰেলি অংশ গ্ৰহণ কৰিব #chirang #odalguritv অহা ২৬তাৰিখে ৯ বজাৰ পৰা আৰম্ভ হ'ব চিৰাং জিলাৰ দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী (সা:) ৰেলি অংশ গ্ৰহণ কৰিব #chirang #odalguritv1
- বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীৰ বৃহৎ সফলতা নিশা অভিযান চলাই আৰক্ষীয়ে আটক কৰে তিনিজনকৈ গৰু চোৰক নিশা বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাত আৰক্ষীয়ে খেদি খেদি আটক কৰে চোৰ তিনিটাক বিলাসী বাহনেৰে গৰু সৰবৰাহ কৰি ঘুৰি আহোতে আৰক্ষীয়ে আটক কৰে চোৰ তিনিটাক ধৃত চোৰ কেইটাৰ দুটা বঙাইগাঁও জিলাৰ ফুলকুমাৰী গোচৰগাঁৱৰ নজু সেখ আৰু হৰ্ষজিৎ সেখ আনহাতে আন এটা ধুবুৰী জিলাৰ বহলপুৰ আৰিমাৰিৰ হাফিজুল সেখ ধৃত চোৰ কেইটাৰ লগতে জব্দ AS 15M 4354 নম্বৰৰ এখন বিলাসী বাহন1
- APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket1
- ঘগ্রাপাৰৰ ৰেজেক আলী ফুটবলত ডি চি ডি ক্লাৱ ৰঙাপানীৰ জয়লাভ1
- বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন বাগান। বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন বাগান। শশীপুৰৰ প্ৰগতিশীল খেতিয়ক তুলাপ্ৰসাদ শৰ্মাৰ ১০ বিঘাৰ কৃষি ফাৰ্মত হাতীযৰ বৃহৎ জাকে পকী দেৱাল ভাঙি প্ৰৱেশ কৰি প্ৰায় ১৫০ টা নাৰিকল, ২০০ জোপা কলগছ, শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস আৰু তামোল খেতি তহিলং কৰে। অঞ্চলটোৰ আন এজন কৃষক চন্দ্ৰ বিশ্বাসে লীজত লৈ কৰা ৪ বিঘা ধাননি পথাৰ হাতীয়ে সম্পূৰ্ণৰূপে খাই-গছকি নষ্ট কৰে।ক্ষতিগ্ৰস্ত দুয়োটা পৰিয়ালে উচিত ক্ষতিপূৰণ আৰু হাতী খেদাৰ স্থায়ী ব্যৱস্থাৰ দাবী জনাইছে।ইয়াৰে ক্ষতিগ্ৰস্ত তুলাপ্ৰসাদৰ পৰিয়ালে উক্ত খেতিৰ পৰা বছৰি প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিছিল বুলি জানিবলৈ দিয়ে।1
- ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড* *দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত* *ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ডকাইটি কাণ্ড* *ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড* *CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি* *ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।1
- খাজা বাবা মুর্শিদ পুরী অলৌকিক বাবা তুমি ওদালগুৰি আসিয়া জিকির শুনে পুরো দর্শক মগ্ন হল 😭🙏 এনায়েতপুরী জিকির1