Shuru
Apke Nagar Ki App…
APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket
Barpeta khabar
APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket
More news from অসম and nearby areas
- APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket1
- বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীৰ বৃহৎ সফলতা নিশা অভিযান চলাই আৰক্ষীয়ে আটক কৰে তিনিজনকৈ গৰু চোৰক নিশা বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাত আৰক্ষীয়ে খেদি খেদি আটক কৰে চোৰ তিনিটাক বিলাসী বাহনেৰে গৰু সৰবৰাহ কৰি ঘুৰি আহোতে আৰক্ষীয়ে আটক কৰে চোৰ তিনিটাক ধৃত চোৰ কেইটাৰ দুটা বঙাইগাঁও জিলাৰ ফুলকুমাৰী গোচৰগাঁৱৰ নজু সেখ আৰু হৰ্ষজিৎ সেখ আনহাতে আন এটা ধুবুৰী জিলাৰ বহলপুৰ আৰিমাৰিৰ হাফিজুল সেখ ধৃত চোৰ কেইটাৰ লগতে জব্দ AS 15M 4354 নম্বৰৰ এখন বিলাসী বাহন1
- 📌পৰিবহন বিভাগৰ আজৱ কাণ্ড। 📌চাৰিচকীয়া বাহনত আহিল হেলমেটৰ ফাইন। 📌চাৰিচকীয়া বাহন খনৰ নম্বৰ AS14F8691। 📌পৰিবহন বিভাগৰ আজৱ কাণ্ড। 📌চাৰিচকীয়া বাহনত আহিল হেলমেটৰ ফাইন। 📌চাৰিচকীয়া বাহন খনৰ নম্বৰ AS14F8691।1
- ঘগ্রাপাৰৰ ৰেজেক আলী ফুটবলত ডি চি ডি ক্লাৱ ৰঙাপানীৰ জয়লাভ1
- অহা ২৬তাৰিখে ৯ বজাৰ পৰা আৰম্ভ হ'ব চিৰাং জিলাৰ দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী (সা:) ৰেলি অংশ গ্ৰহণ কৰিব #chirang #odalguritv অহা ২৬তাৰিখে ৯ বজাৰ পৰা আৰম্ভ হ'ব চিৰাং জিলাৰ দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী (সা:) ৰেলি অংশ গ্ৰহণ কৰিব #chirang #odalguritv1
- ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড* *দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত* *ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ডকাইটি কাণ্ড* *ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড* *CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি* *ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।1
- বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন বাগান। বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন বাগান। শশীপুৰৰ প্ৰগতিশীল খেতিয়ক তুলাপ্ৰসাদ শৰ্মাৰ ১০ বিঘাৰ কৃষি ফাৰ্মত হাতীযৰ বৃহৎ জাকে পকী দেৱাল ভাঙি প্ৰৱেশ কৰি প্ৰায় ১৫০ টা নাৰিকল, ২০০ জোপা কলগছ, শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস আৰু তামোল খেতি তহিলং কৰে। অঞ্চলটোৰ আন এজন কৃষক চন্দ্ৰ বিশ্বাসে লীজত লৈ কৰা ৪ বিঘা ধাননি পথাৰ হাতীয়ে সম্পূৰ্ণৰূপে খাই-গছকি নষ্ট কৰে।ক্ষতিগ্ৰস্ত দুয়োটা পৰিয়ালে উচিত ক্ষতিপূৰণ আৰু হাতী খেদাৰ স্থায়ী ব্যৱস্থাৰ দাবী জনাইছে।ইয়াৰে ক্ষতিগ্ৰস্ত তুলাপ্ৰসাদৰ পৰিয়ালে উক্ত খেতিৰ পৰা বছৰি প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিছিল বুলি জানিবলৈ দিয়ে।1
- খাজা বাবা মুর্শিদ পুরী অলৌকিক বাবা তুমি ওদালগুৰি আসিয়া জিকির শুনে পুরো দর্শক মগ্ন হল 😭🙏 এনায়েতপুরী জিকির1