Shuru
Apke Nagar Ki App…
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ২৪ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। গুৱাহাটী দীঘলী পুখুৰীস্থিত অসম সাহিত্য সভা, সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি।
Amanur
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ২৪ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। গুৱাহাটী দীঘলী পুখুৰীস্থিত অসম সাহিত্য সভা, সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি।
More news from Kamrup and nearby areas
- দৰং আৰু কামৰূপ জিলাৰ সীমা মূৰীয়া কুৰুৱাত বনৰীয়া ম'হৰ উপদ্ৰৱ। বনৰীয়া ম'হৰ বাবে খেতি পথাৰত নামিব পৰা নাই পথাৰৰ কৃষক।যি সকলে খেতি আৰম্ভ কৰিছিল, সেইখিনিও এফালৰ পৰা নষ্ট কৰি গৈছে বনৰীয়া ম'হ জাকে।1
- দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন1
- xuttruk..hasti..dia.ba..sajadia_.9678832849.......assam..india..kamrup..6..gaon1
- বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ছমৰীয়া সত্ৰত 🙏1
- দক্ষিণ কামৰূপত প্ৰাক্তন আলফাৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনাৰ প্ৰস্তুতি। দক্ষিণ কামৰূপৰ জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱাৰ প্ৰস্তুতি চলাইছে। শুক্ৰবাৰে আবেলি ছয়গাঁও মণ্ডল প্ৰাথমিক শিক্ষক ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক মৰ্মেশ্বৰ দাসে এই কথা ঘোষণা কৰে।1
- বৃহত্তৰ বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত সাধাৰণ সভা সম্পূৰ্ণ:::বৰপেটা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ =============================== বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেল বিভাগে ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত আজি এখন সাধাৰণ সভা সম্পূৰ্ণ উক্ত সভাত অতিৰিক্ত আয়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, ৰেল বিভাগৰ বিষয়াৰ লগতে বৰপেটাৰোডৰ কেইবাটাও দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক সমাজৰ অৰ্ধশতাধিক লোক উপস্থিত থকা সভাত বৰপেটাৰোডৰ ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ লগতে ৰেলৱে উৰণীয়া সেতুখনত সংলগ্ন কৰি ফুট ব্ৰীজত জ্যেষ্ঠ নাগৰিক, ৰোগী সকলে সহজে পাৰ হব পৰাকৈ লিফ্টৰ ব্যৱস্থা কৰা আৰু ৰেল স্তৱশ্বনৰ উত্তৰ দিশত টিকট কাউণ্টাৰ স্থাপন কৰাৰ বাবে এখন ৭ দফীয়া দ্বাবি সম্বলিত স্মাৰক পত্ৰ অতিৰিক্ত জিলা আযুক্তৰ যোগে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে।1
- ঐতিহ্যমণ্ডিত বৰপেটাসত্ৰ || Barpeta satra ||1
- R Islam #short# video1