Shuru
Apke Nagar Ki App…
অচল বোকাখাত পৌৰসভাৰ জাৱৰ নিষ্কাশন ব্যৱস্থা, চৰম ভাবুকি ডিফলু নদীলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি আনিছে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডে। ব্যৱস্থা গ্ৰহণৰ দাবী পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ। Follow us on YouTube: https://youtu.be/CYQEnymnlK4?si=sHhVDqg6VN1GiCsl Visit Our Website: https://www.jananilive.com/2024/07/blog-post_85.html
ANOWAR HUSSAIN

More news from Bokakhat and nearby areas
- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমা সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন।1
- উচ্ছেদৰ ক্ষেত্ৰত কঠোৰ বোকাখাত পৌৰসভা ৷1
- বোকাখাত পৌৰসভাৰ উচ্ছেদ অভিযান1
- #Football Tournament #স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা #বোকাখাত চাহ বাগিছা খেলপথাৰত 28জুলাইৰ পৰা1
- দৈত্য আৰু দেৱগণৰ যুদ্ধ।। মনিকাঞ্চন নাট্যগোষ্ঠী, বোকাখাত।1
- বানপানীৰ সময়ত পশুপালক সকলৰ গৰু মহ ৰাখিবৰ বাবে চৰনীয়া পথাৰ অভাৱ , আগতে পাহাৰতে চলাইছিল যদিওঁ এটিয়া পাহাৰত পুঁজিবাদীৰ বাগান ,এই বিষয়টোৰ ওপৰত এখন আলোচনা কৰা হয় কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ তত্বাৱধানত , সমাজ সেৱক প্ৰণৱ দলেৰ নেতৃত্বত এখন স্মাৰক প্ৰত্ৰ বোকাখাত মহকুমাধিপ্ৰতিক দিয়া হয় , আৰু গোটেই বিষয়টো ৰাইজৰ পক্ষত থাকি সমাধান কৰিবলৈ আহ্বান জনায় দলে ডাঙৰীয়াই ।1
- আজি কাৰ্গিল বিজয় দিৱস । দেশে উদযাপন কৰিছে গৌৰৱোজ্জ্বল দিৱসটি । কাৰ্গিল যুদ্ধ বুলিলেই সদায় বিশেষ হৈ আহিছে খুমটাই । কিয়নো এই যুদ্ধৰ প্ৰধান সেনাপতিজন আছিল খুমটাইৰ সন্তান।কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি কৰা হ'ল বিশেষ আয়োজন । খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দিৱসটি । অংশ লৈছে জিন্টু গগৈৰ পৰিয়ালৰ লগতে খুমটাইৰ ৰাইজে । আমাৰ এক প্ৰতিবেদন1
- অৰুণাচলী সুৰা সহ বিলাসী বাহনৰ সৈতে আটক দুই সুৰা সৰবৰাহকাৰী ৷ প্ৰায় ৭ কাৰ্টন সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷1