Shuru
Apke Nagar Ki App…
অসমীয়া যুৱ মঞ্চৰ মুল্যবৃদ্ধি লগতে জুবিন গাৰ্গ ন্যায় দাবীৰে লক্ষীপুৰ জিলা সমিতি উদ্যোগত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহু সদস্য আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে ক’লে যে বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাই ৰাইজৰ জীৱন অতিশয় কষ্টকৰ কৰি তুলিছে। সেয়েহে চৰকাৰক তৎকালীনভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনোৱা হয়। ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে গায়ক জুবিন গাৰ্গৰ ওপৰত হোৱা ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ দাবীও উত্থাপন কৰে। তেওঁলোকে বিভিন্ন শ্লোগান দি নিজৰ দাবীসমূহ উজাগৰ কৰে আৰু সতৰ্ক কৰে যে দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰা হ’ব।
Bittuahmed

More news from অসম and nearby areas
- জুৰীয়াৰ কদমণিত চাঞ্চল্যকৰ ঘটনা কদমণি পথাৰৰ এটি পুখুৰীত সলিল সমাধি এজনৰ1
- সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।1
- কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।1
- Post by DeV 24 News1
- জুৰীয়াত কদমনি পথাৰত SDRF বাহিনীৰ। অভিযানত পুখুৰীৰ পৰা এটি উদ্ধাৰ মৃতদেহ।1
- পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।1
- Post by Mustafa SalimAhmed1
- ধিং সমষ্টিত চাৰিওফালে সৱল বাবে উচ্চাৰিত হৈছে অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰিজাউল হকৰ নাম।1