Shuru
Apke Nagar Ki App…
কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ । কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
The Times of Guwahati
কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ । কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
More news from অসম and nearby areas
- সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।1
- কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।1
- Post by DeV 24 News1
- জুৰীয়াত কদমনি পথাৰত SDRF বাহিনীৰ। অভিযানত পুখুৰীৰ পৰা এটি উদ্ধাৰ মৃতদেহ।1
- আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।1
- নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা। যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।1
- তামাৰহাটৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।1
- তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।1