মৰিগাওঁ জিলাৰ বাখৰবড়ীত ২৮ তম্ ৰঙালী বিহু সন্মিলন উদযাপন সমিতিয়ে বিহু লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে মাৰাথান দৌৰ প্ৰতিযোগিতা। *মৰিগাঁও জিলাৰ বাখৰবড়ীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। এই সন্মিলনটো বাখৰবড়ী জ্ঞানোদয় জ্যোতিসংঘ আৰু পুথিভঁৰালৰ উদ্যোগত, লগতে স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত আয়োজন কৰা হয়।* *আজি ব'হাগৰ তিনি তাৰিখে অৰ্থাৎ শেষৰ দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ৫ বজাত দন্দুৱা চাৰিআলি পৰা মৰিগাওঁ বৰঙাবাৰী হৈ বাখৰবড়ী স্বৰ্গীয় দেবেন হাজৰিকা খেল পথাৰলৈ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত মাৰাথান দৌৰ প্ৰতিযোগিতা শুভ উদ্বোধন কৰে মৰিগাওঁ কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক তথা বিশিষ্ট ক্ৰীয়াবিদ জিতু মনি বৰদলৈয়ে । প্ৰায় ১৬ কিলোমিটাৰ এই মাৰাথান দৌৰ প্ৰতিযোগিতাত ৫২ মিনিটত নিদিষ্ট স্থানত উপস্থিত হৈ প্ৰথম থান অধিকাৰ কৰে কামৰূপ জিলাৰ ক্ষেত্ৰীৰ কুম্ভ দেউৰীয়ে, ৫৮ মিনিটত দ্বিতীয় স্থান অধিকাৰ কৰিছে সীমান্ত বৰদলৈ হাৰীয়াবড়ী, আৰু ৬০ মিনিটত তৃতীয় স্থান অধিকাৰ কৰিছে হিতেশ্বৰ বড়ো চেংমাৰা । এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতা শেষত স্বৰ্গীয় দেবেন হাজৰিকা খেল পথাৰত এখন সভা অনুষ্ঠিত কৰি স্থান প্ৰাপ্ত খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভা শেষত বিহু উদযাপন সমিতি সভাপতি মহেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

- Post by Mahesh kumar das1
- Post by BHURAGAON LIVE1
- মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।1
- চৰকাৰী বজাৰৰ মাটিৰ পৰা আৰম্ভ কৰি দুখীয়া দৰিদ্ৰ লোকৰ মাটিলৈকে চকু এইটো ভূ মাফিয়াৰ।হাফিজুৰ ৰহমান নামৰ ভূ মাফিয়াটোৱে জ্বলা কলা খুৱাইছে চলচলি মুছলিম গাওঁ আৰু পোটনী মুছলিম গাঁৱৰ বহু পৰিয়ালক।অতি চতুৰ,ঠগ প্ৰৱঞ্চক হাফিজুৰে কৌশলেৰে দুখীয়া লোকৰ মাটি দখল কৰি চৰকাৰী নীতি নিয়ম অমান্য কৰি বলপূৰ্বকভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।ঠগ প্ৰৱঞ্চনা,ভয় ভাবুকিৰ গোচৰত কেইবাবাৰো আটক হোৱা হাফিজুৰৰ বিৰুদ্ধে নিজৰ গাঁৱতো ৰাইজমেল অনুষ্ঠিত হৈছে।1
- উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে। ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে।1
- 👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা। 👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা। 👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা। 👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। প্ৰিয় দৰ্শক, যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ। এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276 অথবা 78965565391
- Post by MANTAJ Ali1
- Post by Mahesh kumar das1