মৰিগাঁও চে'জ পানিনি পাৱলিক স্কুলত_কৃৰ্তীমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা* *V/O-মৰিগাঁও জিলাৰ শিক্ষাক্ষেত্ৰত এক গৌৰৱোজ্জ্বল অধ্যায় হিচাপে পুনৰ পৰিচিত হ’ল চে’জ পানিনি পাব্লিক স্কুল। ২০০৯ চনত প্ৰতিষ্ঠা লাভ কৰা এই শিক্ষানুষ্ঠানখনে সদ্য ঘোষিত CBSE ব’ৰ্ডৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি পুনৰ বাৰ নিজৰ শিক্ষাগত মানদণ্ডৰ প্ৰমাণ দাঙি ধৰিছে।* *এই উপলক্ষে বিদ্যালয়খনত আজি এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিছট্ৰীংশ্যন সহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আঠজন কৃতীমান ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ এই সাফল্যই কেৱল বিদ্যালয়খনৰেই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।* *অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু জ্যোতি ভাগৱতীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানখনক অধিক গৌৰৱময় কৰি তোলে। সভাপতিৰ ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম, শিক্ষকসকলৰ নিষ্ঠা আৰু অভিভাৱকৰ সহায়-সহযোগিতাৰ কথা উল্লেখ কৰি বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যতৰ আশা প্ৰকাশ কৰে।* *বিদ্যালয়খনৰ সুসংগঠিত পৰিবেশ, গুণগত শিক্ষা প্ৰদানৰ প্ৰচেষ্টা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৃংখলাবদ্ধ মনোভাৱে এই সফলতাৰ মূল আধাৰ বুলি উল্লেখ কৰা হয়। এই ধৰণৰ কৃতিত্বই আন ছাত্ৰ-ছাত্ৰীসকলকো আগবাঢ়িবলৈ উৎসাহ যোগাব বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে।* *চে’জ পানিনি পাব্লিক স্কুলে আগন্তুক দিনতো এই ধাৰা অব্যাহত ৰাখি শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি সকলোৰে বিশ্বাস।*

- শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।1
- নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।1
- পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে1
- Post by MANTAJ Ali1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা1
- Post by Tezpur Barta1
- Post by Mahesh kumar das1
- ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে। ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ। সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে1
- Post by MANTAJ Ali1