logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটৰ NDA প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীয়ে ভোটগণনাৰ পূৰ্বেই নিজৰেই মিত্ৰদল বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে। ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ। সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে

5 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
5 hrs ago

ৰূপহীহাটৰ NDA প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীয়ে ভোটগণনাৰ পূৰ্বেই নিজৰেই মিত্ৰদল বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে। ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ। সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে

More news from অসম and nearby areas
  • নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।
    1
    নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    1
    শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে 
পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে 
মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে 
অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়।
পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে।
মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে
    1
    পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক 
পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ
দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ 
ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ।
উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে
ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    8 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter Tezpur, Sonitpur•
    18 hrs ago
  • ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    1
    ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    user_Current News
    Current News
    Advertising agency লাহৰিঘাট, মৰিগাঁও, অসম•
    14 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে। ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ। সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে
    1
    ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে।
ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ।
সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.