logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত প্ৰাক ৰঙালী চ'ৰা উদযাপন। উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।

on 11 April
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
on 11 April

ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত প্ৰাক ৰঙালী চ'ৰা উদযাপন। উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।

More news from অসম and nearby areas
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    15 hrs ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    17 hrs ago
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • Post by Hii
    1
    Post by Hii
    user_Hii
    Hii
    বৰপেটা, বৰপেটা, অসম•
    19 hrs ago
  • Post by Sahanur Hosen
    1
    Post by Sahanur Hosen
    user_Sahanur Hosen
    Sahanur Hosen
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    20 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন। এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে মুনছেৰ আলী 90.2% (451) শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল 89.8% ( 449 ) নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী 89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী 89.6% (448) আৰু জয় হাজৰিকা 89.0% (445) নাইমা নাছৰীন 89.0% (445) ৰুহুল আমিন 88.8% (444) মুছকান আফিয়া খানম 88.2% (441) হাবিবা ফাৰজানা আহমেদ 87.8% (439) জাবিৰ হুছেইন খান 87.4% (437) আঞ্জুম শবনম 87.0% (435) মেহেৰুল ইছলাম 86.4% (432) সৌৰভ দাস 86.4% (432) নুৰ জান্নাত আহমেদ 86.2% (431) লিটন মণ্ডল 86.0% (430) সাকিব আক্তাৰ আহমেদ ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে। স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব। এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    1
    বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন।
এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) 
সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে 
মুনছেৰ আলী 90.2% (451)
শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল  89.8% ( 449 )
নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী  89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী  89.6%  (448)  আৰু জয় হাজৰিকা    89.0%  (445) 
নাইমা নাছৰীন    89.0%  (445)
ৰুহুল আমিন   88.8% (444)
মুছকান আফিয়া খানম   88.2%  (441)
হাবিবা ফাৰজানা আহমেদ   87.8% (439)
জাবিৰ হুছেইন খান    87.4%  (437) 
আঞ্জুম শবনম   87.0%  (435)
মেহেৰুল ইছলাম   86.4% (432) 
সৌৰভ দাস    86.4% (432)
নুৰ জান্নাত আহমেদ    86.2% (431)
লিটন মণ্ডল       86.0% (430)
সাকিব আক্তাৰ আহমেদ    ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে।
বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে।
স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব।
এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • শিক্ষাৰ্থী গৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভবা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা বাবে জানো এনেধৰণৰ পন্হা বাচি লোৱাতো উচিত হ'ব নোৱাৰে। নিজক শে.....ষ কৰাৰ বাবে যোগীঘোপা পঞ্চৰত্ন দলঙৰ পৰা বুকুত জাপ দিয়াৰ অপচেষ্টা
    1
    শিক্ষাৰ্থী গৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভবা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা বাবে জানো এনেধৰণৰ পন্হা বাচি লোৱাতো উচিত হ'ব নোৱাৰে।
নিজক শে.....ষ কৰাৰ বাবে যোগীঘোপা পঞ্চৰত্ন দলঙৰ পৰা বুকুত জাপ দিয়াৰ অপচেষ্টা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    11 hrs ago
  • Post by Santosh biswas
    1
    Post by Santosh biswas
    user_Santosh biswas
    Santosh biswas
    তামুলপুৰ, তামুলপুৰ, অসম•
    11 hrs ago
  • Post by Ebrahim Ali
    7
    Post by Ebrahim Ali
    user_Ebrahim Ali
    Ebrahim Ali
    মঙলদৈ (পিটি), দৰং, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.