logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ Dream-50 এ আৰম্ভ কৰিলে Foundation Course পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ Dream-50 এ আৰম্ভ কৰিলে Foundation Course

1 day ago
user_Assam Local News
Assam Local News
News Channel বকো, কামৰূপ, অসম•
1 day ago

পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ Dream-50 এ আৰম্ভ কৰিলে Foundation Course পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ Dream-50 এ আৰম্ভ কৰিলে Foundation Course

More news from অসম and nearby areas
  • 👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ ⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    1
    👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 
👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ 
⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
  • জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুঁজিৰ খতিয়ানৰ RTI ত সন্তষ্ট নহয় শুকুৰ আলী। জাকিৰ হুছেইন শিকদাৰক অযোগ্য বিধায়ক আখ্যা শুকুৰ আলীৰ। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুজি সন্দৰ্ভত মন্তব্য শুকুৰ আলীৰ
    1
    জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুঁজিৰ খতিয়ানৰ RTI ত সন্তষ্ট নহয় শুকুৰ আলী।
জাকিৰ হুছেইন শিকদাৰক অযোগ্য বিধায়ক আখ্যা শুকুৰ আলীৰ। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুজি সন্দৰ্ভত মন্তব্য শুকুৰ আলীৰ
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    1 hr ago
  • Post by SAKINUR BHAI
    1
    Post by SAKINUR BHAI
    user_SAKINUR BHAI
    SAKINUR BHAI
    বজালী, বজালী, অসম•
    17 hrs ago
  • ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ । ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ। যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।
    1
    ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ ।
ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা
চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ।  যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি  বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত  সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    20 hrs ago
  • মানাহ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি অসম জাতীয় পৰিষদৰ সংবাদমেল অজাপৰ মানাহ সমষ্টি কমিটিয়ে দাবী জনাইছে উৰ্দ্ধতম কৰ্ত্তৃপক্ষক নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিক ভাবে সম্পূৰ্ণ প্ৰস্তুত অজাপ অজাপই মানাহ সমষ্টিত শেষ হাঁহি মাৰিব পাৰিব অজাপৰ আছে শক্তিশালী প্ৰাৰ্থী এই দাবী অজাপ মানাহ সমষ্টি কমিটিৰ
    1
    মানাহ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি অসম জাতীয় পৰিষদৰ সংবাদমেল
অজাপৰ মানাহ সমষ্টি কমিটিয়ে দাবী জনাইছে উৰ্দ্ধতম কৰ্ত্তৃপক্ষক
নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিক ভাবে সম্পূৰ্ণ প্ৰস্তুত অজাপ
অজাপই মানাহ সমষ্টিত শেষ হাঁহি মাৰিব পাৰিব
অজাপৰ আছে শক্তিশালী প্ৰাৰ্থী
এই দাবী অজাপ মানাহ সমষ্টি কমিটিৰ
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    20 hrs ago
  • বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    1
    বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা  চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌  বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।
ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা  চুইটি দাস ৷
দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা  শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷
গায়িকা  চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    2 hrs ago
  • বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ ওচৰত নদী পাৰৰ বালি খনন কাৰ্য্যৰ বিৰূদ্ধে নাগৰিক মঞ্চৰ সজাগতা সভা। দীৰ্ঘদিন ধৰি বেকী নদীৰ পাৰত একাংশ ভূ মাফিয়াই ডাম্পাৰ লগাই বালি খনন অব্যাহত ৰাখিছিল। ফলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। সেয়ে আজি চৌধুৰী বজাৰত বালি খনন বন্ধ কৰিবলৈ নাগৰিক মঞ্চৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰে।
    1
    বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ ওচৰত নদী পাৰৰ বালি খনন কাৰ্য্যৰ বিৰূদ্ধে নাগৰিক মঞ্চৰ সজাগতা সভা। দীৰ্ঘদিন ধৰি বেকী নদীৰ পাৰত একাংশ ভূ মাফিয়াই ডাম্পাৰ লগাই বালি খনন অব্যাহত ৰাখিছিল। ফলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। সেয়ে আজি চৌধুৰী বজাৰত বালি খনন বন্ধ কৰিবলৈ নাগৰিক মঞ্চৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    19 hrs ago
  • 👉🏻 বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধান নাই কলগাছিয়াৰ যুৱকৰ। 👉🏻 পাঞ্জাৱৰ প্লাইউদ কোম্পানীত কাম কৰি থকাৰ মাজতে নিৰুদ্দেশ যুৱকজন। 👉🏻 দুমাহ পূৰ্বে বাবুল নামৰ এজন ঠিকাদাৰে নিয়োগ কৰিছিল যদিও প্লাইউদ কোম্পানীৰ পৰাই এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে যুৱকজন। 👉🏻 নিৰুদিষ্ট যুৱকজন কলগাছিয়াৰ ছিকাটাৰী গাঁওৰ মফিদুল ইছলাম।
    1
    👉🏻 বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধান নাই কলগাছিয়াৰ যুৱকৰ। 
👉🏻 পাঞ্জাৱৰ প্লাইউদ কোম্পানীত কাম কৰি থকাৰ মাজতে নিৰুদ্দেশ যুৱকজন। 
👉🏻 দুমাহ পূৰ্বে বাবুল নামৰ এজন ঠিকাদাৰে নিয়োগ কৰিছিল যদিও প্লাইউদ কোম্পানীৰ পৰাই এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে যুৱকজন। 
👉🏻 নিৰুদিষ্ট যুৱকজন কলগাছিয়াৰ ছিকাটাৰী গাঁওৰ মফিদুল ইছলাম।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.