logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"

3 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
3 hrs ago

বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"

More news from Assam and nearby areas
  • বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    1
    বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা  চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌  বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।
ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা  চুইটি দাস ৷
দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা  শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷
গায়িকা  চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    3 hrs ago
  • 👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব। 👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ
    1
    👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব।
👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
  • বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।
    1
    বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।
    1
    আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।
    user_ND Axom
    ND Axom
    Media house সৰ্থেবাৰী, বৰপেটা, অসম•
    16 min ago
  • 🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'। 🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।
    1
    🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'।
🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    27 min ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    1 hr ago
  • Post by SAKINUR BHAI
    1
    Post by SAKINUR BHAI
    user_SAKINUR BHAI
    SAKINUR BHAI
    বজালী, বজালী, অসম•
    17 hrs ago
  • সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বাবে বৰ্ণিল বসন্ত নামেৰে হোলীগীতৰ বৃহৎ শোভাযাত্ৰা ৷ নেপালী, বড়ো , ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লোকে গাইছে হোলীগীত ৷ বৰপেটাত পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । বৰপেটাৰ দৌলৰ অন্যতম অলংকাৰ হ'ল হোলীগীত ।এই হোলীগীতৰ সুৰত এতিয়া সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া কেবল হোলীগীতৰ সুৰ।‌ কাইলৈ গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো আজি অনুষ্ঠিত হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। অৰ্ধশতাধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত আজি এক বৃহৎ সমদলো উলিওৱা হয়। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বৰ্ণিল বসন্ত নামেৰে হোলীগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।‌ এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলীগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা । এইবাৰৰ এই কাৰ্যসূচীত অসমৰ কেবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিবেশন কৰা হোলীগীতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।‌ এই শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। ড০ দাসে কয় " বৰ্ণিল বসন্তৰ জৰিয়ে অসম নহয় সমগ্ৰ ভাৰতবৰ্ষকে সমবেত কৰাইছে ৷" " বৰ্ণিল বসন্তই এইযে একত্ৰিত কৰিছে আমি আটাইয়ে অসমীয়া আমি আটাইয়ে ভাৰতীয় এই বাণীটো বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰো ৷ " আজি বৰপেটাৰ হোলীগীত নিজৰ নিজৰ ভাষাত বড়ো , ৰাভা, মিচিং আজি জনগোষ্ঠীৰ লোকে গাইছে।‌ ই এক মহৎ বৰ্তা বুলি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে "মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ'ল বৰপেটাৰ প্ৰাণৰ উৎসৱ " ।
    1
    সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বাবে বৰ্ণিল বসন্ত নামেৰে হোলীগীতৰ  বৃহৎ শোভাযাত্ৰা ৷ নেপালী, বড়ো , ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লোকে গাইছে হোলীগীত ৷
বৰপেটাত পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । বৰপেটাৰ দৌলৰ  অন্যতম  অলংকাৰ হ'ল হোলীগীত ।এই হোলীগীতৰ সুৰত  এতিয়া সমগ্ৰ  বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া  কেবল হোলীগীতৰ সুৰ।‌ কাইলৈ গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি  হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো আজি অনুষ্ঠিত  হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। অৰ্ধশতাধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত আজি এক বৃহৎ সমদলো উলিওৱা হয়। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বৰ্ণিল বসন্ত নামেৰে হোলীগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।‌  এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলীগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা । এইবাৰৰ এই কাৰ্যসূচীত অসমৰ কেবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিবেশন কৰা হোলীগীতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।‌ 
এই  শোভাযাত্ৰা  উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। ড০ দাসে কয় " বৰ্ণিল বসন্তৰ জৰিয়ে অসম নহয় সমগ্ৰ ভাৰতবৰ্ষকে সমবেত কৰাইছে ৷" " বৰ্ণিল বসন্তই এইযে একত্ৰিত কৰিছে আমি আটাইয়ে অসমীয়া আমি আটাইয়ে ভাৰতীয়  এই বাণীটো বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰো ৷ " আজি বৰপেটাৰ হোলীগীত নিজৰ নিজৰ ভাষাত বড়ো , ৰাভা, মিচিং আজি জনগোষ্ঠীৰ লোকে গাইছে।‌ ই এক মহৎ বৰ্তা বুলি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে "মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ  অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ'ল বৰপেটাৰ প্ৰাণৰ উৎসৱ " ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.