logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলগাছিয়াৰ ছিকাটাৰীত দলীয় কৰ্মী সভাত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ ভাষণ বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।

17 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
17 hrs ago

কলগাছিয়াৰ ছিকাটাৰীত দলীয় কৰ্মী সভাত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ ভাষণ বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।

More news from অসম and nearby areas
  • 👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব। 👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ
    1
    👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব।
👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
  • বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।
    1
    বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    1
    বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা  চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌  বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।
ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা  চুইটি দাস ৷
দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা  শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷
গায়িকা  চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    2 hrs ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    1 hr ago
  • Post by SAKINUR BHAI
    1
    Post by SAKINUR BHAI
    user_SAKINUR BHAI
    SAKINUR BHAI
    বজালী, বজালী, অসম•
    17 hrs ago
  • মানাহ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি অসম জাতীয় পৰিষদৰ সংবাদমেল অজাপৰ মানাহ সমষ্টি কমিটিয়ে দাবী জনাইছে উৰ্দ্ধতম কৰ্ত্তৃপক্ষক নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিক ভাবে সম্পূৰ্ণ প্ৰস্তুত অজাপ অজাপই মানাহ সমষ্টিত শেষ হাঁহি মাৰিব পাৰিব অজাপৰ আছে শক্তিশালী প্ৰাৰ্থী এই দাবী অজাপ মানাহ সমষ্টি কমিটিৰ
    1
    মানাহ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি অসম জাতীয় পৰিষদৰ সংবাদমেল
অজাপৰ মানাহ সমষ্টি কমিটিয়ে দাবী জনাইছে উৰ্দ্ধতম কৰ্ত্তৃপক্ষক
নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিক ভাবে সম্পূৰ্ণ প্ৰস্তুত অজাপ
অজাপই মানাহ সমষ্টিত শেষ হাঁহি মাৰিব পাৰিব
অজাপৰ আছে শক্তিশালী প্ৰাৰ্থী
এই দাবী অজাপ মানাহ সমষ্টি কমিটিৰ
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    20 hrs ago
  • পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    1
    পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই 
আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    15 hrs ago
  • 👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ ⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    1
    👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 
👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ 
⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.