Shuru
Apke Nagar Ki App…
পলাশবাৰীত গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
TIME OF ASSAM
পলাশবাৰীত গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
More news from অসম and nearby areas
- পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- Post by Babul Barman1
- Post by SAKINUR BHAI1
- ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ । ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ। যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।1
- Post by NAlive241
- বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ । দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।5