Shuru
Apke Nagar Ki App…
তামুলপুৰত যুৱ ইউপিপিএলৰ উদ্যোগত বাইক ৰেলী আয়োজন। শুভাৰম্ভণি কৰে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে
NAlive24
তামুলপুৰত যুৱ ইউপিপিএলৰ উদ্যোগত বাইক ৰেলী আয়োজন। শুভাৰম্ভণি কৰে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে
More news from অসম and nearby areas
- Post by NAlive241
- ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ । ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ। যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।1
- প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।1
- Post by Babul Barman1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- Post by SAKINUR BHAI1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- Post by NAlive241