logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৫ বছৰে নোহোৱা কাম মাত্ৰ পাঁচ মাহতে কৰি দেখুৱালে দিগন্ত গয়াৰীয়ে। প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।

2 hrs ago
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
2 hrs ago

৫ বছৰে নোহোৱা কাম মাত্ৰ পাঁচ মাহতে কৰি দেখুৱালে দিগন্ত গয়াৰীয়ে। প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।

More news from অসম and nearby areas
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    5 hrs ago
  • Tamilnadu India
    1
    Tamilnadu India
    user_SAKINUR BHAI
    SAKINUR BHAI
    বজালী, বজালী, অসম•
    23 hrs ago
  • সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বাবে বৰ্ণিল বসন্ত নামেৰে হোলীগীতৰ বৃহৎ শোভাযাত্ৰা ৷ নেপালী, বড়ো , ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লোকে গাইছে হোলীগীত ৷ বৰপেটাত পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । বৰপেটাৰ দৌলৰ অন্যতম অলংকাৰ হ'ল হোলীগীত ।এই হোলীগীতৰ সুৰত এতিয়া সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া কেবল হোলীগীতৰ সুৰ।‌ কাইলৈ গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো আজি অনুষ্ঠিত হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। অৰ্ধশতাধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত আজি এক বৃহৎ সমদলো উলিওৱা হয়। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বৰ্ণিল বসন্ত নামেৰে হোলীগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।‌ এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলীগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা । এইবাৰৰ এই কাৰ্যসূচীত অসমৰ কেবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিবেশন কৰা হোলীগীতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।‌ এই শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। ড০ দাসে কয় " বৰ্ণিল বসন্তৰ জৰিয়ে অসম নহয় সমগ্ৰ ভাৰতবৰ্ষকে সমবেত কৰাইছে ৷" " বৰ্ণিল বসন্তই এইযে একত্ৰিত কৰিছে আমি আটাইয়ে অসমীয়া আমি আটাইয়ে ভাৰতীয় এই বাণীটো বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰো ৷ " আজি বৰপেটাৰ হোলীগীত নিজৰ নিজৰ ভাষাত বড়ো , ৰাভা, মিচিং আজি জনগোষ্ঠীৰ লোকে গাইছে।‌ ই এক মহৎ বৰ্তা বুলি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে "মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ'ল বৰপেটাৰ প্ৰাণৰ উৎসৱ " ।
    1
    সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বাবে বৰ্ণিল বসন্ত নামেৰে হোলীগীতৰ  বৃহৎ শোভাযাত্ৰা ৷ নেপালী, বড়ো , ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লোকে গাইছে হোলীগীত ৷
বৰপেটাত পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । বৰপেটাৰ দৌলৰ  অন্যতম  অলংকাৰ হ'ল হোলীগীত ।এই হোলীগীতৰ সুৰত  এতিয়া সমগ্ৰ  বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া  কেবল হোলীগীতৰ সুৰ।‌ কাইলৈ গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি  হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো আজি অনুষ্ঠিত  হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। অৰ্ধশতাধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত আজি এক বৃহৎ সমদলো উলিওৱা হয়। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত তৃতীয় বাৰৰ বৰ্ণিল বসন্ত নামেৰে হোলীগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।‌  এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলীগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা । এইবাৰৰ এই কাৰ্যসূচীত অসমৰ কেবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিবেশন কৰা হোলীগীতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।‌ 
এই  শোভাযাত্ৰা  উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। ড০ দাসে কয় " বৰ্ণিল বসন্তৰ জৰিয়ে অসম নহয় সমগ্ৰ ভাৰতবৰ্ষকে সমবেত কৰাইছে ৷" " বৰ্ণিল বসন্তই এইযে একত্ৰিত কৰিছে আমি আটাইয়ে অসমীয়া আমি আটাইয়ে ভাৰতীয়  এই বাণীটো বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰো ৷ " আজি বৰপেটাৰ হোলীগীত নিজৰ নিজৰ ভাষাত বড়ো , ৰাভা, মিচিং আজি জনগোষ্ঠীৰ লোকে গাইছে।‌ ই এক মহৎ বৰ্তা বুলি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে "মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ  অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ'ল বৰপেটাৰ প্ৰাণৰ উৎসৱ " ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
  • 👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ ⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    1
    👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 
👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ 
⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    18 hrs ago
  • জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুঁজিৰ খতিয়ানৰ RTI ত সন্তষ্ট নহয় শুকুৰ আলী। জাকিৰ হুছেইন শিকদাৰক অযোগ্য বিধায়ক আখ্যা শুকুৰ আলীৰ। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুজি সন্দৰ্ভত মন্তব্য শুকুৰ আলীৰ
    1
    জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুঁজিৰ খতিয়ানৰ RTI ত সন্তষ্ট নহয় শুকুৰ আলী।
জাকিৰ হুছেইন শিকদাৰক অযোগ্য বিধায়ক আখ্যা শুকুৰ আলীৰ। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধায়ক পুজি সন্দৰ্ভত মন্তব্য শুকুৰ আলীৰ
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    21 hrs ago
  • Post by NAlive24
    1
    Post by NAlive24
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    5 hrs ago
  • বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।
    1
    বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer চেঙা, বৰপেটা, অসম•
    6 hrs ago
  • বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ ওচৰত নদী পাৰৰ বালি খনন কাৰ্য্যৰ বিৰূদ্ধে নাগৰিক মঞ্চৰ সজাগতা সভা। দীৰ্ঘদিন ধৰি বেকী নদীৰ পাৰত একাংশ ভূ মাফিয়াই ডাম্পাৰ লগাই বালি খনন অব্যাহত ৰাখিছিল। ফলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। সেয়ে আজি চৌধুৰী বজাৰত বালি খনন বন্ধ কৰিবলৈ নাগৰিক মঞ্চৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰে।
    1
    বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ ওচৰত নদী পাৰৰ বালি খনন কাৰ্য্যৰ বিৰূদ্ধে নাগৰিক মঞ্চৰ সজাগতা সভা। দীৰ্ঘদিন ধৰি বেকী নদীৰ পাৰত একাংশ ভূ মাফিয়াই ডাম্পাৰ লগাই বালি খনন অব্যাহত ৰাখিছিল। ফলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। সেয়ে আজি চৌধুৰী বজাৰত বালি খনন বন্ধ কৰিবলৈ নাগৰিক মঞ্চৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.