Shuru
Apke Nagar Ki App…
বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।
Sampler Group Assam
বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।
More news from অসম and nearby areas
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- Post by Babul Barman1
- 👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব। 👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ1
- বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।1
- Post by SAKINUR BHAI1
- পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।1
- মানাহ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি অসম জাতীয় পৰিষদৰ সংবাদমেল অজাপৰ মানাহ সমষ্টি কমিটিয়ে দাবী জনাইছে উৰ্দ্ধতম কৰ্ত্তৃপক্ষক নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিক ভাবে সম্পূৰ্ণ প্ৰস্তুত অজাপ অজাপই মানাহ সমষ্টিত শেষ হাঁহি মাৰিব পাৰিব অজাপৰ আছে শক্তিশালী প্ৰাৰ্থী এই দাবী অজাপ মানাহ সমষ্টি কমিটিৰ1
- বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ । দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।5