Shuru
Apke Nagar Ki App…
ধিং কাণ্ডৰ পুনৰাবৃত্তি! টিউচনৰ পৰা উভতি অহা ছাত্ৰীৰ লগত সংঘটিত হ'ল অনুৰূপ ঘটনা
Sonaban nessa
ধিং কাণ্ডৰ পুনৰাবৃত্তি! টিউচনৰ পৰা উভতি অহা ছাত্ৰীৰ লগত সংঘটিত হ'ল অনুৰূপ ঘটনা
- PBPratim BasumataryMarigaon, Assam😡4 hrs ago
- RDRaja DasNagaon, Assam😡5 hrs ago
More news from Kampur and nearby areas
- অহা ১৪ নৱেম্বৰ/২০২৪ ত JDP NEWS ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশুদিৱস উপলক্ষে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে নগাঁও জিলাৰ কামপুৰ স্বৰাজ ভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাবে থাকিব জনপ্ৰিয় Choreographer অসীম গগৈ। দুটা শাখা ("ক" শাখা-১০ বছৰৰ তলৰ, "খ" শাখা-১০ বছৰৰ ওপৰৰ)ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত মাত্ৰ ১০০ জন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন প্ৰতিযোগীকে স্থান অনুপাতে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগীৰ পঞ্জীয়ন মাচুল ৫০০/- টকা। আগ্ৰহী প্ৰতিযোগী সকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ ক্ৰমিক মতেহে নৃত্য কৰিব পাৰিব। ইয়াৰোপৰি ২০ জন বিভিন্ন দিশত প্ৰতিভা থকা শিশুৱে নিজৰ প্ৰতিভা পৰিবেশন কৰিব পাৰিব। উক্ত অনুষ্ঠানত শতাধিক প্ৰতিভাৱান শিশুক "শিশুশিল্পী সন্মান-২০২৪" প্ৰদান কৰাৰ ওপৰিও বিভিন্ন দিশত দখল থকা শতাধিক প্ৰতিভাৱান লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হ'ব। ইফালে দিনৰ ভাগতে এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হ'ব। উক্ত দিনা নিশালৈ সদৌ অসম ভিত্তিত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰা হ'ব।1
- শোণিতপুৰ বাণিজ্য মেলা।।।।1
- #অনলাইন_সংগীত_প্রতিযোগিতাৰ_২০২৪ বৰ্ষ #প্ৰতিযোগিতাখনি আৰম্ভ হৈছে...#মৌ_শাখা ১৮ ছেপ্টেম্বৰ পৰা ১৫ অক্টোবৰ সমাপ্ত হ'ব ___________________________ মৌ" শাখা-----প্ৰতিযোগী নাম:------- গৰিমা প্ৰিয়ম বৰা ঠিকনা---- তেজপুৰ ,নপাম। বয়স-------৭ বছৰ ক্রমিক নং :- ১৬ ১) প্ৰতিযোগী সকলে Music ট্ৰেক ব্যৱহাৰ কৰিব পাৰিব.আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা বা নকৰাটো তেওঁ লোকৰ নিজৰ সিদ্ধান্ত। ২. ২০ অক্টোবৰ ২০২৪ ৰৰ্ষ ফলাফল সমুহ বিচাৰকে ঘোষণা কৰিব. 3. প্ৰতিযোগীতি খনি ৩ শাখা অনুষ্ঠিত কৰা হৈছে. ৪) মৌ শাখা ৯ বছৰলৈ, নিম্ন শাখা ৯- ১৫ বছৰলৈ আৰু উচ্চ শাখা ১৬বছৰৰ পৰা.......৷ ৫) যোগদান মাচুল ১৫০ টকা, আৰু ৬)মঞ্চত আগৰ প্ৰদৰ্শন কৰা ভিডিঅ গ্ৰহণ কৰা নহব. ) প্ৰতিযোগীতা অসমীয়া যিকোন এটা গীত গাই আমাৰ WhatsApp 8876232023 ভিডিঅ পথাব লাগিব. ৭) ফলাফল ঘোষণা কৰা তাৰিখৰ পাছত পুৰস্কাৰ সমূহ ডাক যোগে ঘৰলৈ পথাই দিয়া হ'ব ফলাফল দিয়া ১০ দিনৰ ভিতৰত. ৮)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।1
- ৰাধেশ্যাম হোটেল : তেজপুৰৰ এক ঐতিহাসিক মিঠাই দোকান। ১৯৩২ চনত স্থাপিত । প্ৰবাদ মতে কলাগুৰু বিষ্ণু ৰাভাৰ বিয়াৰ মিঠাই ৰাধেশ্যাম হোটেলৰ পৰাই হেনো যোগান ধৰিছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ "মই এটি যাযাবৰ" গ্ৰন্থটো ৰাধ্যশ্যাম হোটেলৰ নাম উল্লেখ আছে। সম্ভৱত: ১৯৮৪ চনত মই প্ৰথমবাৰৰ ৰাধেশ্যামৰ চাহ মিঠাইৰ যুটি লৈছিলো। তেতিয়াৰে ধাৰাবাহিক ভাৱে এইখন মিঠাই দোকানৰ লগত সম্পৰ্ক। ইয়াৰ ৰাবৰি , কালাকান আৰু গোমপাকৰ সুস্বাদু ভাৰতবৰ্ষৰ কোনো মিঠাই দোকানতে উপলদ্ধ নহয়। ১৯৮৪ চনত যি সোৱাদ পাইছিলো আজিও একে সোৱাদ। বৰ্তমান প্ৰথম মালিকৰ পঞ্চম বংশধৰে এই ব্যৱসায় চলাই আছে। একেই ঠাই , একেই আচবাব , একেই সোৱাদ , একেই দাম, একেই জনসেৱা। শেষত মাৰোৱাৰী সম্প্ৰদায়ৰ মালিক পক্ষৰ এটি স্মৃতি ৰোমন্থন নকৰাকৈ নাথাকো । ১৯৯২ চনত মই আছুৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক । এদিন ৰাতি হঠাৎ খবৰ আহিল যে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা এটি ১০০ জনীয়া চাইকেল আৰোহী সাংস্কৃতিক দল তেজপুৰ হৈ গুৱাহাটী অভিমুখে আহি আছে। তেজপুৰত ৰাতিপুৱাৰ আহাৰ গ্ৰহন কৰিব। মই বিপাঙত পৰিছিলো। নাই কমেও পোন্ধৰ হাজাৰ টকাৰ কথা । পুৱাই ৰাধেশ্যামৰ মালিকৰ লগত কথা পাতিলো। দুহাজাৰ টকা দিম। বাকীখিনি দান বৰঙনি সংগ্ৰহ কৰি অলপ অলপ কৈ ধাৰ মাৰিম। ৰাধেশ্যামৰ মালিকে তাৰ প্ৰত্যূতৰত যিটো কথা কৈছিল সেই কথাই মোক আজিও আঘাত হানে - "তেজপুৰ এখন সাংস্কৃতিক নগৰী - উষা অনিৰূদ্ধৰ স্মৃতি বিজৰিত ঠাই - জ্যোতি, বিষ্ণু, ফণী শৰ্মাৰ কৰ্মস্থলী, ড° ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা লোৱা ঠাই , পদ্মনাথ গোহাঁই বৰৱা, দণ্ডিনাথ কলিতা, চন্দ্ৰনাথ শৰ্মা আদিৰ জন্মস্থান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰলৈ সাংস্কৃতিক জ্ঞান লবলৈ অহা ছাত্ৰৰ দলটোৰ সেৱা শুশ্ৰুষাৰ দায়িত্ব আছুতকৈ মোৰ বেছি।" সাধাৰণ মাৰোৱাৰী ব্যৱসায়ী এজনৰ নৈতিক দায়বদ্ধতাৰ পৰা বহু সামাজিক শিক্ষা লাভ কৰিছিলো, যিটো হয়তো মোৰ ডিগ্ৰী- ডিপলোমাতকৈও উচ্চ শিখৰৰ।1
- বিগত ২৭ মাহে দৰমহা নোপোৱাৰ প্ৰতিবাদত দুদিনীয়া কৰ্মবিৰতি কামপুৰ পৌৰসভাৰ ।1
- শোণিতপুৰ তথা তেজপুৰবাসীয়ে ৰাছেল ভাইপাৰৰ দৰে এই সাপ ডালৰ বিষয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই1
- মায়ং জাদু টেকটৰ আকাশত উৰা।।Mayang Majic।।Tantrik Jadugar Malay।। #Jadugar M Kumar Roy1
- সাংবাদিকক নিগ্ৰহৰ প্ৰতিক্ৰিয়া ছিপাঝাৰ ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিক ধৃতিৰাজ কলিতাৰ আক্ৰমণৰ ঘটনাক গৰিহণা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ লগতে কঠোৰ শাস্তিৰ দাবী সাংবাদিকৰ1