অহা ১৪ নৱেম্বৰ/২০২৪ ত JDP NEWS ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশুদিৱস উপলক্ষে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে নগাঁও জিলাৰ কামপুৰ স্বৰাজ ভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাবে থাকিব জনপ্ৰিয় Choreographer অসীম গগৈ। দুটা শাখা ("ক" শাখা-১০ বছৰৰ তলৰ, "খ" শাখা-১০ বছৰৰ ওপৰৰ)ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত মাত্ৰ ১০০ জন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন প্ৰতিযোগীকে স্থান অনুপাতে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগীৰ পঞ্জীয়ন মাচুল ৫০০/- টকা। আগ্ৰহী প্ৰতিযোগী সকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ ক্ৰমিক মতেহে নৃত্য কৰিব পাৰিব। ইয়াৰোপৰি ২০ জন বিভিন্ন দিশত প্ৰতিভা থকা শিশুৱে নিজৰ প্ৰতিভা পৰিবেশন কৰিব পাৰিব। উক্ত অনুষ্ঠানত শতাধিক প্ৰতিভাৱান শিশুক "শিশুশিল্পী সন্মান-২০২৪" প্ৰদান কৰাৰ ওপৰিও বিভিন্ন দিশত দখল থকা শতাধিক প্ৰতিভাৱান লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হ'ব। ইফালে দিনৰ ভাগতে এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হ'ব। উক্ত দিনা নিশালৈ সদৌ অসম ভিত্তিত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰা হ'ব।

- অহা ১৪ নৱেম্বৰ/২০২৪ ত JDP NEWS ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশুদিৱস উপলক্ষে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে নগাঁও জিলাৰ কামপুৰ স্বৰাজ ভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাবে থাকিব জনপ্ৰিয় Choreographer অসীম গগৈ। দুটা শাখা ("ক" শাখা-১০ বছৰৰ তলৰ, "খ" শাখা-১০ বছৰৰ ওপৰৰ)ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত মাত্ৰ ১০০ জন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন প্ৰতিযোগীকে স্থান অনুপাতে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগীৰ পঞ্জীয়ন মাচুল ৫০০/- টকা। আগ্ৰহী প্ৰতিযোগী সকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ ক্ৰমিক মতেহে নৃত্য কৰিব পাৰিব। ইয়াৰোপৰি ২০ জন বিভিন্ন দিশত প্ৰতিভা থকা শিশুৱে নিজৰ প্ৰতিভা পৰিবেশন কৰিব পাৰিব। উক্ত অনুষ্ঠানত শতাধিক প্ৰতিভাৱান শিশুক "শিশুশিল্পী সন্মান-২০২৪" প্ৰদান কৰাৰ ওপৰিও বিভিন্ন দিশত দখল থকা শতাধিক প্ৰতিভাৱান লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হ'ব। ইফালে দিনৰ ভাগতে এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হ'ব। উক্ত দিনা নিশালৈ সদৌ অসম ভিত্তিত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰা হ'ব।1
- বিগত ২৭ মাহে দৰমহা নোপোৱাৰ প্ৰতিবাদত দুদিনীয়া কৰ্মবিৰতি কামপুৰ পৌৰসভাৰ ।1
- আজিৰে পৰা সম জিলা হ'ল ৰহা শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে কাৰ্যালয় উদ্বোধন কৰি ৰহাক সম জিলা মৰ্যাদা প্ৰদান1
- #হোজাই জিলাৰ মোৰাঝাৰৰ বান্দৰমেলাত চাঞ্চল্যকৰ ঘটনা !1
- হোজাই জিলাৰ মোৰাঝাৰৰ বান্দৰমেলাত চাঞ্চল্যকৰ ঘটনা l1
- আমাৰ হোজাই সমষ্টিৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া ছাৰে ৰাইজৰ সৈতে খবৰ লবলৈ লাইনত আহিছে । লাগিছে যেন আমাৰ মাজৰেই এজন। কোনো ধৰণৰ অহংকাৰ নাই। ধন্যবাদ ছাৰ আপোনাক আগতেও বিচাৰোঁ।1
- পূজাৰ প্ৰাক ক্ষণত হোজাই ত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।।1
- CNG pump Nagaon bordua1