Shuru
Apke Nagar Ki App…
CNG pump Nagaon bordua
Ajgar Ali
CNG pump Nagaon bordua
More news from Nagaon and nearby areas
- CNG pump Nagaon bordua1
- Class 5 Chapter 1 অসম আমাৰ ৰূপহী Question Ansers/Class 5 Lesson 1 অসম আমাৰ ৰূপহী সকলো প্ৰশ্নৰ উত্তৰ1
- ৰূপহী বালিকা MEৰ ফনীন্দ্ৰ হাজঙৰ বিদায় সভা1
- প্ৰতিকুল বতৰৰ বাবে উধানতলা চুপাৰ লীগ ফুটবল ফাইনেলৰ দিন পিছুৱালে আয়োজক সমিতিয়ে।1
- জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ডক্তৰ ভূপেন হাজৰিকাই অধ্যয়ন কৰা তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় । Everyone #Dr. Bhupen Hazarika #Jyotiprasad Agarawala সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম Hemanta Kishore Pathak Rewatimohan Timsina highlight Hemanta Kishor Pathak Tezpur Higher Secondary school1
- আজিৰে পৰা সম জিলা হ'ল ৰহা শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে কাৰ্যালয় উদ্বোধন কৰি ৰহাক সম জিলা মৰ্যাদা প্ৰদান1
- অহা ১৪ নৱেম্বৰ/২০২৪ ত JDP NEWS ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশুদিৱস উপলক্ষে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে নগাঁও জিলাৰ কামপুৰ স্বৰাজ ভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাবে থাকিব জনপ্ৰিয় Choreographer অসীম গগৈ। দুটা শাখা ("ক" শাখা-১০ বছৰৰ তলৰ, "খ" শাখা-১০ বছৰৰ ওপৰৰ)ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত মাত্ৰ ১০০ জন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন প্ৰতিযোগীকে স্থান অনুপাতে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগীৰ পঞ্জীয়ন মাচুল ৫০০/- টকা। আগ্ৰহী প্ৰতিযোগী সকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ ক্ৰমিক মতেহে নৃত্য কৰিব পাৰিব। ইয়াৰোপৰি ২০ জন বিভিন্ন দিশত প্ৰতিভা থকা শিশুৱে নিজৰ প্ৰতিভা পৰিবেশন কৰিব পাৰিব। উক্ত অনুষ্ঠানত শতাধিক প্ৰতিভাৱান শিশুক "শিশুশিল্পী সন্মান-২০২৪" প্ৰদান কৰাৰ ওপৰিও বিভিন্ন দিশত দখল থকা শতাধিক প্ৰতিভাৱান লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হ'ব। ইফালে দিনৰ ভাগতে এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হ'ব। উক্ত দিনা নিশালৈ সদৌ অসম ভিত্তিত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰা হ'ব।1
- শোণিতপুৰ বাণিজ্য মেলা।।।।1