Shuru
Apke Nagar Ki App…
Class 5 Chapter 1 অসম আমাৰ ৰূপহী Question Ansers/Class 5 Lesson 1 অসম আমাৰ ৰূপহী সকলো প্ৰশ্নৰ উত্তৰ
Rutful Alam
Class 5 Chapter 1 অসম আমাৰ ৰূপহী Question Ansers/Class 5 Lesson 1 অসম আমাৰ ৰূপহী সকলো প্ৰশ্নৰ উত্তৰ
More news from Tezpur and nearby areas
- #অনলাইন_সংগীত_প্রতিযোগিতাৰ_২০২৪ বৰ্ষ #প্ৰতিযোগিতাখনি আৰম্ভ হৈছে...#মৌ_শাখা ১৮ ছেপ্টেম্বৰ পৰা ১৫ অক্টোবৰ সমাপ্ত হ'ব ___________________________ মৌ" শাখা-----প্ৰতিযোগী নাম:------- গৰিমা প্ৰিয়ম বৰা ঠিকনা---- তেজপুৰ ,নপাম। বয়স-------৭ বছৰ ক্রমিক নং :- ১৬ ১) প্ৰতিযোগী সকলে Music ট্ৰেক ব্যৱহাৰ কৰিব পাৰিব.আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা বা নকৰাটো তেওঁ লোকৰ নিজৰ সিদ্ধান্ত। ২. ২০ অক্টোবৰ ২০২৪ ৰৰ্ষ ফলাফল সমুহ বিচাৰকে ঘোষণা কৰিব. 3. প্ৰতিযোগীতি খনি ৩ শাখা অনুষ্ঠিত কৰা হৈছে. ৪) মৌ শাখা ৯ বছৰলৈ, নিম্ন শাখা ৯- ১৫ বছৰলৈ আৰু উচ্চ শাখা ১৬বছৰৰ পৰা.......৷ ৫) যোগদান মাচুল ১৫০ টকা, আৰু ৬)মঞ্চত আগৰ প্ৰদৰ্শন কৰা ভিডিঅ গ্ৰহণ কৰা নহব. ) প্ৰতিযোগীতা অসমীয়া যিকোন এটা গীত গাই আমাৰ WhatsApp 8876232023 ভিডিঅ পথাব লাগিব. ৭) ফলাফল ঘোষণা কৰা তাৰিখৰ পাছত পুৰস্কাৰ সমূহ ডাক যোগে ঘৰলৈ পথাই দিয়া হ'ব ফলাফল দিয়া ১০ দিনৰ ভিতৰত. ৮)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।1
- ৰাধেশ্যাম হোটেল : তেজপুৰৰ এক ঐতিহাসিক মিঠাই দোকান। ১৯৩২ চনত স্থাপিত । প্ৰবাদ মতে কলাগুৰু বিষ্ণু ৰাভাৰ বিয়াৰ মিঠাই ৰাধেশ্যাম হোটেলৰ পৰাই হেনো যোগান ধৰিছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ "মই এটি যাযাবৰ" গ্ৰন্থটো ৰাধ্যশ্যাম হোটেলৰ নাম উল্লেখ আছে। সম্ভৱত: ১৯৮৪ চনত মই প্ৰথমবাৰৰ ৰাধেশ্যামৰ চাহ মিঠাইৰ যুটি লৈছিলো। তেতিয়াৰে ধাৰাবাহিক ভাৱে এইখন মিঠাই দোকানৰ লগত সম্পৰ্ক। ইয়াৰ ৰাবৰি , কালাকান আৰু গোমপাকৰ সুস্বাদু ভাৰতবৰ্ষৰ কোনো মিঠাই দোকানতে উপলদ্ধ নহয়। ১৯৮৪ চনত যি সোৱাদ পাইছিলো আজিও একে সোৱাদ। বৰ্তমান প্ৰথম মালিকৰ পঞ্চম বংশধৰে এই ব্যৱসায় চলাই আছে। একেই ঠাই , একেই আচবাব , একেই সোৱাদ , একেই দাম, একেই জনসেৱা। শেষত মাৰোৱাৰী সম্প্ৰদায়ৰ মালিক পক্ষৰ এটি স্মৃতি ৰোমন্থন নকৰাকৈ নাথাকো । ১৯৯২ চনত মই আছুৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক । এদিন ৰাতি হঠাৎ খবৰ আহিল যে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা এটি ১০০ জনীয়া চাইকেল আৰোহী সাংস্কৃতিক দল তেজপুৰ হৈ গুৱাহাটী অভিমুখে আহি আছে। তেজপুৰত ৰাতিপুৱাৰ আহাৰ গ্ৰহন কৰিব। মই বিপাঙত পৰিছিলো। নাই কমেও পোন্ধৰ হাজাৰ টকাৰ কথা । পুৱাই ৰাধেশ্যামৰ মালিকৰ লগত কথা পাতিলো। দুহাজাৰ টকা দিম। বাকীখিনি দান বৰঙনি সংগ্ৰহ কৰি অলপ অলপ কৈ ধাৰ মাৰিম। ৰাধেশ্যামৰ মালিকে তাৰ প্ৰত্যূতৰত যিটো কথা কৈছিল সেই কথাই মোক আজিও আঘাত হানে - "তেজপুৰ এখন সাংস্কৃতিক নগৰী - উষা অনিৰূদ্ধৰ স্মৃতি বিজৰিত ঠাই - জ্যোতি, বিষ্ণু, ফণী শৰ্মাৰ কৰ্মস্থলী, ড° ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা লোৱা ঠাই , পদ্মনাথ গোহাঁই বৰৱা, দণ্ডিনাথ কলিতা, চন্দ্ৰনাথ শৰ্মা আদিৰ জন্মস্থান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰলৈ সাংস্কৃতিক জ্ঞান লবলৈ অহা ছাত্ৰৰ দলটোৰ সেৱা শুশ্ৰুষাৰ দায়িত্ব আছুতকৈ মোৰ বেছি।" সাধাৰণ মাৰোৱাৰী ব্যৱসায়ী এজনৰ নৈতিক দায়বদ্ধতাৰ পৰা বহু সামাজিক শিক্ষা লাভ কৰিছিলো, যিটো হয়তো মোৰ ডিগ্ৰী- ডিপলোমাতকৈও উচ্চ শিখৰৰ।1
- ধিং কাণ্ডৰ পুনৰাবৃত্তি! টিউচনৰ পৰা উভতি অহা ছাত্ৰীৰ লগত সংঘটিত হ'ল অনুৰূপ ঘটনা1
- বিগত ২৭ মাহে দৰমহা নোপোৱাৰ প্ৰতিবাদত দুদিনীয়া কৰ্মবিৰতি কামপুৰ পৌৰসভাৰ ।1
- উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰি আটক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কলিয়াবৰ জিলা সভাপতি মঞ্জিৰুল ইছলাম1
- উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰি আটক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কলিয়াবৰ জিলা সভাপতি মঞ্জিৰুল ইছলামক1
- তেখেতৰ আছে আন এখন সুকীয়া চকী - ডবকা আগৰ ঊদ মাৰ্কেটত। য'ত দৈনিক সন্ধিয়া লাখ লাখ টকাৰ লেনদেন হয়। তেখেত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ দেশ-বিদেশত আগৰ ঊদ #agarwood ব্যৱসায়তো দক্ষ। তেখেত আন কোনো নহয় তেখেত হৈছে আমাৰ ডবকাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান Doboka Academy Sr.Sec.School cum super 50 ৰ সন্মানীয় অধ্যক্ষ তথা ট্ৰাষ্ট্ৰী প্ৰধান Mr. #Ikram_Uddin মহাশয়। ধন্যবাদ। ০৫/১০/২৪1
- উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰি আটক ASSP ৰ কলিয়াবৰ জিলা সভাপতি1