logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, যুটীয়া সম্পাদক মিণ্টু কোঁৱৰ, শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাচিম হাজৰিকা আৰু গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

1 hr ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
1 hr ago

শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, যুটীয়া সম্পাদক মিণ্টু কোঁৱৰ, শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাচিম হাজৰিকা আৰু গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

More news from অসম and nearby areas
  • চৰাইদেউৰ মথুৰাপুৰত অৰুণ গাৰ্গে জুবিন গাৰ্গ ক্ষেত্ৰ উদ্বোধন কৰে। এই উদ্বোধনে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
    1
    চৰাইদেউৰ মথুৰাপুৰত অৰুণ গাৰ্গে জুবিন গাৰ্গ ক্ষেত্ৰ উদ্বোধন কৰে। এই উদ্বোধনে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • যোৰহাটৰ মালৌআলি ৰাজগুৰু গাঁৱত মাটি ভৰ্তি মিনি ডাম্পাৰে এখন ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে AS 03 AH 8450 নম্বৰৰ ৱেগনাৰখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
    1
    যোৰহাটৰ মালৌআলি ৰাজগুৰু গাঁৱত মাটি ভৰ্তি মিনি ডাম্পাৰে এখন ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে AS 03 AH 8450 নম্বৰৰ ৱেগনাৰখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    13 hrs ago
  • তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক বিহু উদযাপন তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক বিহু উদযাপন মটক বিহুত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰা হয় হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ গাভৰুৰ লগতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাচিছে গছতলৰ বিহু। সমান্তৰালভাৱে মটক জনগোষ্ঠীৰ আপুৰুগীয়া ক’লা-সংস্কৃতিসমূহো প্ৰদৰ্শন কৰা হয় ।
    1
    তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক বিহু উদযাপন
তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক বিহু উদযাপন
মটক বিহুত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰা হয়
হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ গাভৰুৰ লগতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাচিছে গছতলৰ বিহু।
সমান্তৰালভাৱে মটক জনগোষ্ঠীৰ আপুৰুগীয়া ক’লা-সংস্কৃতিসমূহো প্ৰদৰ্শন কৰা হয় ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    16 min ago
  • জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    1
    জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    6 hrs ago
  • উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত উৰিয়ামঘাট উমেশ দত্ত মধ্য ইংৰাজী বিদ্যালয়ত ‘লিংগভিত্তিক নিয়ম আৰু দায়িত্ব’ সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত উৰিয়ামঘাটকে ধৰি পাঁচখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
    2
    উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত উৰিয়ামঘাট উমেশ দত্ত মধ্য ইংৰাজী বিদ্যালয়ত ‘লিংগভিত্তিক নিয়ম আৰু দায়িত্ব’ সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত উৰিয়ামঘাটকে ধৰি পাঁচখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
    user_Nirmal Phuyel
    Nirmal Phuyel
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    12 hrs ago
  • অৰুণাচল প্ৰদেশৰ শ্বি-য়মি জিলাৰ মিচুকাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দিপক কংকাল আৰু জুগেন গুঞ্জ নামৰ দুজন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছিল, যাৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
    4
    অৰুণাচল প্ৰদেশৰ শ্বি-য়মি জিলাৰ মিচুকাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দিপক কংকাল আৰু জুগেন গুঞ্জ নামৰ দুজন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছিল, যাৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
    user_James Kispotta
    James Kispotta
    Helem, Biswanath•
    15 hrs ago
  • চি আৰ দাস মেমৰিয়েল সংগীত বিদ্যালয়ে চৰাইদেউ জিলাৰ সোণাৰীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী উদযাপন কৰে। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীসকলে বিশ্বকবিৰ গীত আৰু নৃত্য পৰিৱেশন কৰে। এই আয়োজনে স্থানীয় সাংস্কৃতিক পৰিৱেশক অধিক মুখৰিত কৰি তোলে।
    1
    চি আৰ দাস মেমৰিয়েল সংগীত বিদ্যালয়ে চৰাইদেউ জিলাৰ সোণাৰীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী উদযাপন কৰে। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীসকলে বিশ্বকবিৰ গীত আৰু নৃত্য পৰিৱেশন কৰে। এই আয়োজনে স্থানীয় সাংস্কৃতিক পৰিৱেশক অধিক মুখৰিত কৰি তোলে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • আছামৰ জাগুনত লেখাপানী আৰু জাগুন আৰক্ষীয়ে এক বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰিছে। জাগুন আৰ্মী কেম্পৰ সমীপৰ মনোজ কৰ্মকাৰ নামৰ এজনৰ ঘৰৰ পৰা এই গাঞ্জাখিনি উদ্ধাৰ কৰা হয়। বৰ্তমান মনোজ কৰ্মকাৰ আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক জেৰা অব্যাহত আছে।
    1
    আছামৰ জাগুনত লেখাপানী আৰু জাগুন আৰক্ষীয়ে এক বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰিছে। জাগুন আৰ্মী কেম্পৰ সমীপৰ মনোজ কৰ্মকাৰ নামৰ এজনৰ ঘৰৰ পৰা এই গাঞ্জাখিনি উদ্ধাৰ কৰা হয়। বৰ্তমান মনোজ কৰ্মকাৰ আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক জেৰা অব্যাহত আছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    10 hrs ago
  • ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.