logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম ➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প। #NewsUpdate #DigantaGayari #salbari #ABCNewsAssam

on 15 March
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
on 15 March

একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম ➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প। #NewsUpdate #DigantaGayari #salbari #ABCNewsAssam

More news from অসম and nearby areas
  • 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    1
    📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 
📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    14 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    6 hrs ago
  • ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
    1
    ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
  • ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।
    1
    ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত  জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে।  মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।
    1
    ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    2 hrs ago
  • চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।
    1
    চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    6 hrs ago
  • Post by Mogrob
    1
    Post by Mogrob
    user_Mogrob
    Mogrob
    ৰংজুলি, গোৱালপাৰা, অসম•
    15 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.