logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নলীৰ পাম নিবাসী ছামছুল হকৰ একমাত্ৰ পুত্ৰ জাহিদুল ইছলামে ৰাজ্যপালৰ সোণৰ পদক লাভ কৰিছে। এই উল্লেখযোগ্য কৃতিত্বৰ বাবে জাহিদুল ইছলামক অভিনন্দন জ্ঞাপন কৰা হৈছে।

21 hrs ago
user_NB LIVE অসম
NB LIVE অসম
বজালী, বজালী, অসম•
21 hrs ago

নলীৰ পাম নিবাসী ছামছুল হকৰ একমাত্ৰ পুত্ৰ জাহিদুল ইছলামে ৰাজ্যপালৰ সোণৰ পদক লাভ কৰিছে। এই উল্লেখযোগ্য কৃতিত্বৰ বাবে জাহিদুল ইছলামক অভিনন্দন জ্ঞাপন কৰা হৈছে।

More news from Assam and nearby areas
  • অভয়াপুৰীত জনপ্ৰতিনিধি আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীত অভয়াপুৰী সমষ্টিৰ স্থানীয় বিধায়ক ভূপেন ৰায়ে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে পোনপটীয়াকৈ এক বৈঠকত মিলিত হৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগ আৰু সমস্যাসমূহৰ বুজ লয়।
    1
    অভয়াপুৰীত জনপ্ৰতিনিধি আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীত অভয়াপুৰী সমষ্টিৰ স্থানীয় বিধায়ক ভূপেন ৰায়ে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে পোনপটীয়াকৈ এক বৈঠকত মিলিত হৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগ আৰু সমস্যাসমূহৰ বুজ লয়।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    18 hrs ago
  • Chirang district 3no odalguri নূৰে মদিনা জামে মছজিদ কাম আৰম্ভ নিৰ্মাণ কৰা হ'ল প্ৰতিক মুছলমান ভিডিঅ'টা শেয়াৰ কৰবেন 🙏🕌
    1
    Chirang district 3no odalguri নূৰে মদিনা জামে মছজিদ কাম আৰম্ভ নিৰ্মাণ  কৰা হ'ল  প্ৰতিক মুছলমান  ভিডিঅ'টা শেয়াৰ কৰবেন 🙏🕌
    user_SHAHIDUL ISLAM
    SHAHIDUL ISLAM
    চিডলি (পিটি), চিৰাং, অসম•
    16 hrs ago
  • মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ সন্তান মিনহাজ আহমেদে গুজৰাটত অনুষ্ঠিত চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই কঠিন প্ৰতিযোগিতাত মিনহাজে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। এই উদীয়মান ক্ৰীড়াবিদগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সফলতা লাভ কৰা।
    1
    মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ সন্তান মিনহাজ আহমেদে গুজৰাটত অনুষ্ঠিত চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই কঠিন প্ৰতিযোগিতাত মিনহাজে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। এই উদীয়মান ক্ৰীড়াবিদগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সফলতা লাভ কৰা।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    43 min ago
  • মীন বিভাগৰ কেলেংকাৰীক লৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক দেউৰীয়ে কয় যে তেওঁ কোৱাৰ আগতেই সাংবাদিকে সকলো কথা কৈ শেষেই কৰিলে, আৰু তেওঁৰ ক'বলৈ একো নাই।
    1
    মীন বিভাগৰ কেলেংকাৰীক লৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক দেউৰীয়ে কয় যে তেওঁ কোৱাৰ আগতেই সাংবাদিকে সকলো কথা কৈ শেষেই কৰিলে, আৰু তেওঁৰ ক'বলৈ একো নাই।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • Hiring Job Title : Sales Company / Shop : Barman Store Job Field : BPO Salary Offered : 10000 Locality : revoi Job Type : Part Time Required Work Experience : Fresher sakorir proyojon
    1
    Hiring
Job Title : Sales
Company / Shop : Barman Store
Job Field : BPO
Salary Offered : 10000
Locality : revoi
Job Type : Part Time
Required Work Experience : Fresher
sakorir proyojon
    user_Manju Barman guwahati
    Manju Barman guwahati
    Interior designer ভৈৰিমবং, ৰি ভৈ, মেঘালয়•
    16 min ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাত এটি শিশু ধৰ্ষণৰ অপচেষ্টা সংঘটিত হৈছে।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাত এটি শিশু ধৰ্ষণৰ অপচেষ্টা সংঘটিত হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • মৰিগাঁও জিলাত ১৪-১৫ বছৰ বয়সৰ কিশোৰীসকলৰ বাবে আৰম্ভ কৰা জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধী ভেকচিন কাৰ্যসূচীত স্বাস্থ্য বিভাগে ইতিমধ্যে ৬২% লক্ষ্যত উপনীত হৈছে। স্বাস্থ্য বিভাগে অভিভাৱকসকলক ভেকচিনক লৈ চলি থকা যিকোনো উৰাবাতৰি বা অপপ্ৰচাৰত কান নিদিবলৈ আহ্বান জনাইছে। ইফালে, জিলাখনত অহা ২৮ জুনৰ পৰা তিনিদিনীয়া পলিঅ’ অভিযান আৰম্ভ হ’ব। এই অভিযানত ০ ৰ পৰা ৫ বছৰৰ প্ৰতিটো শিশুকে পলিঅ’ টোপাল খুৱাবলৈ মৰিগাঁও স্বাস্থ্য বিভাগে জিলাবাসীক অনুৰোধ জনাইছে।
    1
    মৰিগাঁও জিলাত ১৪-১৫ বছৰ বয়সৰ কিশোৰীসকলৰ বাবে আৰম্ভ কৰা জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধী ভেকচিন কাৰ্যসূচীত স্বাস্থ্য বিভাগে ইতিমধ্যে ৬২% লক্ষ্যত উপনীত হৈছে। স্বাস্থ্য বিভাগে অভিভাৱকসকলক ভেকচিনক লৈ চলি থকা যিকোনো উৰাবাতৰি বা অপপ্ৰচাৰত কান নিদিবলৈ আহ্বান জনাইছে।

ইফালে, জিলাখনত অহা ২৮ জুনৰ পৰা তিনিদিনীয়া পলিঅ’ অভিযান আৰম্ভ হ’ব। এই অভিযানত ০ ৰ পৰা ৫ বছৰৰ প্ৰতিটো শিশুকে পলিঅ’ টোপাল খুৱাবলৈ মৰিগাঁও স্বাস্থ্য বিভাগে জিলাবাসীক অনুৰোধ জনাইছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    17 hrs ago
  • স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে শেহতীয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন হোৱা বুলি মন্তব্য কৰে। তেওঁ জনায় যে ধুবুৰী মেডিকেল কলেজ হাস্পতালত (DMCH) ৩৬ টা ছাৰ্জাৰী সফলভাৱে সম্পন্ন হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অহা বছৰ ধুবুৰী মেডিকেল কলেজৰ পৰা MBBSৰ প্ৰথমটো বেটচ ওলাই আহিব। শেহতীয়াকৈ ধুবুৰীৰ তামাৰহাটত সৰ্প দংশনত খাদিজা পাৰবিন নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘলে কয় যে এই ঘটনা তেওঁৰ দৃষ্টিগোচৰ হৈছে। মৃত্যুৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু তদন্তৰ পিছতহে এই সন্দৰ্ভত বিতংভাৱে ক'ব পৰা যাব। এই পৰিদৰ্শনকালত মন্ত্ৰী অশোক সিংঘলে মেডিকেল কলেজৰ চিকিৎসালয়ৰ ৰোগী আৰু স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ মেডিকেল কলেজৰ অধ্যক্ষ আৰু প্ৰফেছাৰসকলৰ সৈতেও এখন সভাত মিলিত হয়। এই কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ সৈতে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰো উপস্থিত থাকে। ইয়াৰ উপৰিও, মন্ত্ৰী অশোক সিংঘলে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত ধুবুৰী জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
    1
    স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে শেহতীয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন হোৱা বুলি মন্তব্য কৰে। তেওঁ জনায় যে ধুবুৰী মেডিকেল কলেজ হাস্পতালত (DMCH) ৩৬ টা ছাৰ্জাৰী সফলভাৱে সম্পন্ন হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অহা বছৰ ধুবুৰী মেডিকেল কলেজৰ পৰা MBBSৰ প্ৰথমটো বেটচ ওলাই আহিব।

শেহতীয়াকৈ ধুবুৰীৰ তামাৰহাটত সৰ্প দংশনত খাদিজা পাৰবিন নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘলে কয় যে এই ঘটনা তেওঁৰ দৃষ্টিগোচৰ হৈছে। মৃত্যুৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু তদন্তৰ পিছতহে এই সন্দৰ্ভত বিতংভাৱে ক'ব পৰা যাব।

এই পৰিদৰ্শনকালত মন্ত্ৰী অশোক সিংঘলে মেডিকেল কলেজৰ চিকিৎসালয়ৰ ৰোগী আৰু স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ মেডিকেল কলেজৰ অধ্যক্ষ আৰু প্ৰফেছাৰসকলৰ সৈতেও এখন সভাত মিলিত হয়। এই কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ সৈতে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰো উপস্থিত থাকে। ইয়াৰ উপৰিও, মন্ত্ৰী অশোক সিংঘলে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত ধুবুৰী জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • দীৰ্ঘদিনীয়া ৰাইজৰ অভিযোগৰ ভিত্তিত আজি ৰাতিপুৱা ধুবুৰী মেডিকেল কলেজ হাস্পতালত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী অশ্বনী ৰায় সৰকাৰে পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীদ্বয়ে চিকিৎসালয়খনৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পাছতে দুয়োগৰাকী মন্ত্ৰীয়ে মেডিকেল কলেজৰ সভাকক্ষত কলেজখনৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত মেডিকেল কলেজৰ অভাৱ-অভিযোগসমূহৰ বিষয়ে আলোচনা কৰা হয়।
    1
    দীৰ্ঘদিনীয়া ৰাইজৰ অভিযোগৰ ভিত্তিত আজি ৰাতিপুৱা ধুবুৰী মেডিকেল কলেজ হাস্পতালত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী অশ্বনী ৰায় সৰকাৰে পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীদ্বয়ে চিকিৎসালয়খনৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়।

ইয়াৰ পাছতে দুয়োগৰাকী মন্ত্ৰীয়ে মেডিকেল কলেজৰ সভাকক্ষত কলেজখনৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত মেডিকেল কলেজৰ অভাৱ-অভিযোগসমূহৰ বিষয়ে আলোচনা কৰা হয়।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.