logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা! 📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!

on 11 April
user_WEST ASSAM
WEST ASSAM
শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
on 11 April

মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা! 📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!

  • user_User6425
    User6425
    Boitamari, Bongaigaon
    😤
    on 16 April
More news from অসম and nearby areas
  • বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন। এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে মুনছেৰ আলী 90.2% (451) শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল 89.8% ( 449 ) নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী 89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী 89.6% (448) আৰু জয় হাজৰিকা 89.0% (445) নাইমা নাছৰীন 89.0% (445) ৰুহুল আমিন 88.8% (444) মুছকান আফিয়া খানম 88.2% (441) হাবিবা ফাৰজানা আহমেদ 87.8% (439) জাবিৰ হুছেইন খান 87.4% (437) আঞ্জুম শবনম 87.0% (435) মেহেৰুল ইছলাম 86.4% (432) সৌৰভ দাস 86.4% (432) নুৰ জান্নাত আহমেদ 86.2% (431) লিটন মণ্ডল 86.0% (430) সাকিব আক্তাৰ আহমেদ ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে। স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব। এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    1
    বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন।
এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) 
সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে 
মুনছেৰ আলী 90.2% (451)
শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল  89.8% ( 449 )
নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী  89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী  89.6%  (448)  আৰু জয় হাজৰিকা    89.0%  (445) 
নাইমা নাছৰীন    89.0%  (445)
ৰুহুল আমিন   88.8% (444)
মুছকান আফিয়া খানম   88.2%  (441)
হাবিবা ফাৰজানা আহমেদ   87.8% (439)
জাবিৰ হুছেইন খান    87.4%  (437) 
আঞ্জুম শবনম   87.0%  (435)
মেহেৰুল ইছলাম   86.4% (432) 
সৌৰভ দাস    86.4% (432)
নুৰ জান্নাত আহমেদ    86.2% (431)
লিটন মণ্ডল       86.0% (430)
সাকিব আক্তাৰ আহমেদ    ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে।
বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে।
স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব।
এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • ⭕চিকিৎসক হৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। ⭕ HS পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    1
    ⭕চিকিৎসক হৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ।
⭕ HS পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    10 hrs ago
  • বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    1
    বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    15 hrs ago
  • Post by Hii
    1
    Post by Hii
    user_Hii
    Hii
    বৰপেটা, বৰপেটা, অসম•
    19 hrs ago
  • Post by Mithun Rabha
    4
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    16 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বাইহাটা চাৰিআলিকে ধৰি বৃহত্তৰ উত্তৰাঞ্চলত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে  ।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বাইহাটা চাৰিআলিকে ধৰি বৃহত্তৰ উত্তৰাঞ্চলত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে  ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    11 hrs ago
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.