বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1
- আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--1
- Post by Saiful islam1
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report1
- #KunkhiChoudhury #AssamPolitics #Election2026 #BreakingNews #AssamNews #Axom #ViralNews #TrendingNow #PoliticalDrama1
- 📌বাক্সাৰ গধূলি গাঁৱত বড়ো জনগোষ্ঠীৰ লোক সকলে নৈত গৰু গা ধুৱাই উদযাপন কৰিলে "গৰুবিহু" 📌বড়ো জনগোষ্ঠীৰ মহিলা সকলেও নাচি বাগি উদযাপন কৰিলে গৰুবিহুঃ 📌অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু।1
- শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।1