logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা। শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।

on 13 April
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
on 13 April

শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা। শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।

More news from অসম and nearby areas
  • অসমৰ তামুলপুৰৰ বৰনদীত ভয়ংকৰ অবৈধ শিল-বালি খনন চলি আছে। অভিযোগ অনুসৰি, নদীখনত ৭০-৮০ ফুট গভীৰলৈ খনন কৰাৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। আছুকে ধৰি কেইবাটাও সংগঠনে এই নদী মাফিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠি প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    1
    অসমৰ তামুলপুৰৰ বৰনদীত ভয়ংকৰ অবৈধ শিল-বালি খনন চলি আছে। অভিযোগ অনুসৰি, নদীখনত ৭০-৮০ ফুট গভীৰলৈ খনন কৰাৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। আছুকে ধৰি কেইবাটাও সংগঠনে এই নদী মাফিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠি প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    10 hrs ago
  • কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰঙিয়াত উত্তৰণ কৃষি উৎপাদন কেন্দ্ৰৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকল্পটোৰ বিষয়ে মন্তব্য কৰে।
    1
    কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰঙিয়াত উত্তৰণ কৃষি উৎপাদন কেন্দ্ৰৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকল্পটোৰ বিষয়ে মন্তব্য কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
  • চৰকাৰ গঠনৰ পিছতেই VPI দলে অসমত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁলোকে ভোটাৰসকলক 'ভোটাৰশ্বিপ' প্ৰদানৰ লগতে ভাৰতীয় ন্যায় ব্যৱস্থাৰো পৰিৱৰ্তনৰ দাবী জনায়। 'ভোটাৰশ্বিপ আমাক লাগিবই' আদি শ্লোগানেৰে অঞ্চলটো উত্তাল হৈ পৰে।
    2
    চৰকাৰ গঠনৰ পিছতেই VPI দলে অসমত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁলোকে ভোটাৰসকলক 'ভোটাৰশ্বিপ' প্ৰদানৰ লগতে ভাৰতীয় ন্যায় ব্যৱস্থাৰো পৰিৱৰ্তনৰ দাবী জনায়। 'ভোটাৰশ্বিপ আমাক লাগিবই' আদি শ্লোগানেৰে অঞ্চলটো উত্তাল হৈ পৰে।
    user_Manas Pratim
    Manas Pratim
    বাগানপাৰা (পিটি), বাক্সা, অসম•
    15 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কৰে। এই আৰ্থিক অনুদান জিলাখনৰ বিজেপি সভাপতি ৰিদীপ কুমাৰ ডেকাৰ জৰিয়তে লাভান্বিতসকলক প্ৰদান কৰা হৈছিল।
    1
    অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কৰে। এই আৰ্থিক অনুদান জিলাখনৰ বিজেপি সভাপতি ৰিদীপ কুমাৰ ডেকাৰ জৰিয়তে লাভান্বিতসকলক প্ৰদান কৰা হৈছিল।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    16 hrs ago
  • বাক্সা জিলা একাডেমিক কাউন্সিলে জিলাখনৰ শীৰ্ষ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনালে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ স্থান লাভ কৰা দহগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক এই বিশেষ সন্মান জনোৱা হয়।
    1
    বাক্সা জিলা একাডেমিক কাউন্সিলে জিলাখনৰ শীৰ্ষ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনালে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ স্থান লাভ কৰা দহগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক এই বিশেষ সন্মান জনোৱা হয়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    20 hrs ago
  • বাক্সাৰ জালহৰ অনন্ত একাডেমিৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন হৈছে। এই অভিযোগসমূহ এক দুষ্ট চক্ৰই শিক্ষানুষ্ঠানখনৰ সুনাম বিনষ্ট কৰিবলৈ কৰা বুলি সন্দেহ কৰা হৈছে।
    1
    বাক্সাৰ জালহৰ অনন্ত একাডেমিৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন হৈছে। এই অভিযোগসমূহ এক দুষ্ট চক্ৰই শিক্ষানুষ্ঠানখনৰ সুনাম বিনষ্ট কৰিবলৈ কৰা বুলি সন্দেহ কৰা হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    9 hrs ago
  • Announcement Announcement Type : Donation Drive
    1
    Announcement

Announcement Type : Donation Drive
    user_Bojan Namasudra
    Bojan Namasudra
    Bajali (Pt), Assam•
    18 hrs ago
  • তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক মইনুল হক চৌধুৰীয়ে কুৰবাণীত গো-নিধন সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াইছে। তেওঁৰ এই মন্তব্যই অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।
    1
    তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক মইনুল হক চৌধুৰীয়ে কুৰবাণীত গো-নিধন সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াইছে। তেওঁৰ এই মন্তব্যই অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.