logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে। সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।

22 hrs ago
user_Time to Update
Time to Update
Local News Reporter বৰনগৰ (পিটি), বৰপেটা, অসম•
22 hrs ago

বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে। সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।

More news from অসম and nearby areas
  • বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে। সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।
    1
    বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে।

সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।
    user_Time to Update
    Time to Update
    Local News Reporter বৰনগৰ (পিটি), বৰপেটা, অসম•
    22 hrs ago
  • বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    1
    বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • অসম বিধানসভাত কামৰূপ (গ্ৰাম্য) জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বৰপেটা জিলাৰ বহৰিলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰস্তাৱিত এই আৰ.চি.চি. দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে।
    1
    অসম বিধানসভাত কামৰূপ (গ্ৰাম্য) জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বৰপেটা জিলাৰ বহৰিলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰস্তাৱিত এই আৰ.চি.চি. দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    10 hrs ago
  • বাক্সা জিলাৰ শালবাৰীৰ কুঠুৰীঝাৰত বিদ্যুৎ বিভাগে এক বিশেষ অভিযান চলাইছে। এই অভিযানৰ মূল লক্ষ্য হৈছে অবৈধভাৱে বিদ্যুৎ সংযোগ ব্যৱহাৰ কৰা গ্ৰাহকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।
    1
    বাক্সা জিলাৰ শালবাৰীৰ কুঠুৰীঝাৰত বিদ্যুৎ বিভাগে এক বিশেষ অভিযান চলাইছে। এই অভিযানৰ মূল লক্ষ্য হৈছে অবৈধভাৱে বিদ্যুৎ সংযোগ ব্যৱহাৰ কৰা গ্ৰাহকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    15 hrs ago
  • বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।
    1
    বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    3 hrs ago
  • নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।
    1
    নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    7 hrs ago
  • কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী দুগৰাকীৰ অৱসৰৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সামৰণি পৰিল।
    1
    কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী দুগৰাকীৰ অৱসৰৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সামৰণি পৰিল।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    22 hrs ago
  • বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।
    1
    বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.