Shuru
Apke Nagar Ki App…
মাহমৰা উন্নয়ন খণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ অতিৰিক্ত চেক বিতৰণ আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা উন্নয়ন খণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অতিৰিক্ত চেক সমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানটোৱে অঞ্চলখনৰ বহুতো মহিলা উদ্যমীক নতুন উদ্যম, সাহস আৰু আৰ্থিক স্বনির্ভৰতাৰ দিশে আগবঢ়াই নিয়াৰ এক পদক্ষেপ হিচাপে পৰিগণিত হৈছে। আজিৰ সভাত মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, লাকুৱা খণ্ড উন্নয়ন বিষয়া অন্তৰা হুছেইন , জিলা পৰিষদৰ উপ সভাপতি মাধুৰ্য সন্দিকৈ , লখিনাথ তাচাকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Charaideo news

More news from অসম and nearby areas
- Happy rongali bihu ❤️🩹1
- Post by Charaideo news1
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- kiman bhayanak hobo pare1
- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- bimol borah ❤️🩹2