logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰাইদেউ মহোৎসৱ Slug:Charaideo Festival Date = 9/1/26 এক সমন্বয়ৰ বাৰ্তালৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ জিলাৰ আয়ুক্ত ড.নেহা যাদৱে মূলদ্বাৰ উন্মোচন কৰে , পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি স্থানীয় বাসিন্দা তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। সন্ধ্যালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

1 day ago
user_Charaideo news
Charaideo news
Journalist মাহমৰা, চৰাইদেউ, অসম•
1 day ago

চৰাইদেউ মহোৎসৱ Slug:Charaideo Festival Date = 9/1/26 এক সমন্বয়ৰ বাৰ্তালৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ জিলাৰ আয়ুক্ত ড.নেহা যাদৱে মূলদ্বাৰ উন্মোচন কৰে , পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি স্থানীয় বাসিন্দা তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। সন্ধ্যালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

  • user_Puran kurmi
    Puran kurmi
    Tinsukia, Assam
    🤝
    38 min ago
More news from অসম and nearby areas
  • চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    1
    চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে ।
আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    3
    গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ
শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    9 hrs ago
  • Post by Debojit Kumar Bordoloi
    1
    Post by Debojit Kumar Bordoloi
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Journalist যোৰহাট পশ্চিম, যোৰহাট, অসম•
    13 hrs ago
  • মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ
    1
    মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    3 hrs ago
  • মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    1
    মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    9 hrs ago
  • Post by Pawanveer TOURS and travels Bishnu Singh
    1
    Post by Pawanveer TOURS and travels Bishnu Singh
    user_Pawanveer TOURS and travels Bishnu Singh
    Pawanveer TOURS and travels Bishnu Singh
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ মেট্ৰো, অসম•
    6 hrs ago
  • Post by Swapamaiar
    1
    Post by Swapamaiar
    user_Swapamaiar
    Swapamaiar
    Jirang, Ri Bhoi•
    19 hrs ago
  • চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    1
    চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.