Shuru
Apke Nagar Ki App…
শিৱসাগৰত অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সংগ্ৰহ কৰে মনোনয়ন পত্ৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অৱৰ্তীণ হ'ব নিৰ্বাচনত । ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই ৰিটাৰ্ণিং অফিচাৰৰ পৰা সংগ্ৰহ কৰে মনোনয়ন পত্ৰ আজি
Nelive Today 24×7
শিৱসাগৰত অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সংগ্ৰহ কৰে মনোনয়ন পত্ৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অৱৰ্তীণ হ'ব নিৰ্বাচনত । ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই ৰিটাৰ্ণিং অফিচাৰৰ পৰা সংগ্ৰহ কৰে মনোনয়ন পত্ৰ আজি
More news from অসম and nearby areas
- অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। সংবাদ মাধ্যমৰ আগত শইকীয়াই জুবিন গাৰ্গক অসমীয়া জাতিৰ এক 'আবেগ' বুলি অভিহিত কৰি শিল্পীগৰাকীৰ সমাজলৈ থকা অৱদানৰ শলাগ লয়। তেওঁ কয় যে জুবিন গাৰ্গে নিজৰ সৃষ্টিৰাজিৰে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত সমাজৰ অন্যায়ৰ বিৰুদ্ধে নিৰ্ভীকভাৱে মাত মাতি আহিছে। ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত গৈ জুবিনৰ প্ৰতি থকা অসমীয়া মানুহৰ এই মৰম আৰু সন্মান সদায় চিৰস্থায়ী বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পথাৰমূৰি মৰাণ গাঁৱত বনুৱা হৰি মন্দিৰৰ সেৱকী সকলৰ উদ্যোগত আৰু দাঁতি কাষৰীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু অখণ্ড হৰিনাম কীৰ্তন অনুষ্ঠান ।1
- Assamese sort video1
- dhtnmw1
- Post by DeV 24 News1
- চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি আবেগিক হৈ পৰিছে আব্দুল1
- চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু খালৈঘোগুৰা শাখা সমিতিৰ আতিথ্যত চৰাইদেউৰ পাটসাঁকো ককিলাচুক গাঁৱত ১৬ আৰু ১৭ মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'কাহিনী গীতৰ কৰ্মশালা' অনুষ্ঠিত হৈ যায়। ককিলাচুক গাঁৱৰ নিবাসী, টাই আহোম ভাষা-সংস্কৃতিৰ সাধক দেৱজ্যোতি ফুকনৰ বাসগৃহত অৱস্থিত 'দেৱজ্যোতি কলাকেন্দ্ৰ'ত আৰম্ভ হোৱা কৰ্মশালাখন উদ্বোধন কৰে বিশিষ্ট কবি, শিশু সাহিত্যিক স্নিগ্ধাৰাণী গগৈয়ে। চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কণমাই মহন কোঁৱৰে আঁত ধৰা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী বাসনা হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ একালৰ পথ প্ৰদৰ্শক প্ৰয়াত ড° সুখ বৰুৱা উপস্থিতিৰ লগতে কৰ্মশালাৰ দুয়োটা দিনতে সমল ব্যক্তি হিচাপে বিশিষ্ট সাংস্কৃতিক কৰ্মী দীপালী দত্ত শইকীয়া উপস্থিত থাকে আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় ২৫ গৰাকী শিশু আৰু মহিলাক ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি কেইবাপ্ৰকাৰৰ কাহিনী গীতৰ শিক্ষণ প্ৰদান কৰে। দুয়োটা দিনৰ কৰ্মশালাত অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী তথা চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা অনুৰূপা বৰা শইকীয়া উপস্থিত থাকে। দুদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।1
- ttgtih4
- সংযমৰ মাহ মাহে ৰমজানতে সংযম হেৰুৱালে ৰকিবুলে। জ্যেষ্ঠ সাংবাদিকক চুড়ান্ত অপমান কৰিলে ৰাজহুৱা ভাৱে। অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছল চেটেলাইট নিউজ চেনেলৰ সাংবাদিক গৰাকীয়ে।1