logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Rescue pandu temple ghar Saraswati puja pandu temple ghar

8 hrs ago
user_Sabka kaal Mahakaal
Sabka kaal Mahakaal
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
8 hrs ago

Rescue pandu temple ghar Saraswati puja pandu temple ghar

More news from অসম and nearby areas
  • ৰঙিয়াতো উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
    1
    ৰঙিয়াতো  উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস
ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। 
ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    Journalist ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 hrs ago
  • আজি ২৬ জানুৱাৰী অৰ্থাত দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ গণৰাজ্য দিৱস উপলক্ষে আজি শিঙৰীৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে
    1
    আজি ২৬ জানুৱাৰী অৰ্থাত দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ গণৰাজ্য দিৱস উপলক্ষে আজি শিঙৰীৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • Post by Yusuf Pathan Pathan
    1
    Post by Yusuf Pathan Pathan
    user_Yusuf Pathan Pathan
    Yusuf Pathan Pathan
    Dancer কাটিগৰা, কাছাৰ, অসম•
    6 hrs ago
  • সমগ্ৰ দেশৰ লগতে আজি ধুবুৰীতো কেন্দ্ৰীয় ভাৱে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। জিলাখনৰ ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন মাল্যার্পণৰ পাছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত নৱদ্বীপ পাঠকে । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লগতে অন্যান্য বাহিনীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰে।
    4
    সমগ্ৰ দেশৰ লগতে আজি ধুবুৰীতো কেন্দ্ৰীয় ভাৱে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন।
জিলাখনৰ ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন মাল্যার্পণৰ পাছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত নৱদ্বীপ পাঠকে । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লগতে অন্যান্য বাহিনীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰে।
    user_AS Dhubri News
    AS Dhubri News
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    11 hrs ago
  • চৰাইদেউ জিলাৰ মাহমৰা সম- জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস। মাহমৰা সম-জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে আৰক্ষী, এন চি চি, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
    1
    চৰাইদেউ জিলাৰ মাহমৰা সম- জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস।
মাহমৰা সম-জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ মহাবিদ্যালয়  খেলপথাৰত  উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন  কৰে।
ইয়াৰ পিছতে আৰক্ষী, এন চি চি,  আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। 
গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • # nijampur # baser tayoar nagempur
    1
    # nijampur # baser tayoar nagempur
    user_Yusuf Pathan Pathan
    Yusuf Pathan Pathan
    Dancer কাটিগৰা, কাছাৰ, অসম•
    18 hrs ago
  • Post by Yusuf Pathan Pathan
    1
    Post by Yusuf Pathan Pathan
    user_Yusuf Pathan Pathan
    Yusuf Pathan Pathan
    Dancer কাটিগৰা, কাছাৰ, অসম•
    18 hrs ago
  • চৰাইদেউ জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জাক জমকতাৰে সোণাৰি ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। জিলাৰ আয়ুক্ত ড. নেহা যাদৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শিৱসাগৰ বাসীক সম্বোধন কৰে। ইয়াৰ পিছতে আৰক্ষী, এন চি চি, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
    1
    চৰাইদেউ জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস।
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জাক জমকতাৰে সোণাৰি ৰাজহুৱা  খেলপথাৰত  উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। 
জিলাৰ আয়ুক্ত ড. নেহা যাদৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শিৱসাগৰ বাসীক সম্বোধন কৰে।
ইয়াৰ পিছতে আৰক্ষী, এন চি চি,  আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। 
গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.