Shuru
Apke Nagar Ki App…
ৰঙিয়াতো উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
BHASKAR KALITA

- BHASKAR KALITAৰঙিয়া পিটি, কামৰূপ, অসম🙏18 hrs ago
More news from অসম and nearby areas
- ৰঙিয়াৰ গৰখীয়া গোপাল মাৰলি থানৰ ৪২সংখ্যক বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটে অগণন ভক্তৰ । ২৬ জানুৱাৰীৰ দিনটোত মহোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় থানখনত।অনুষ্ঠান উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা ,নাগাৰা নামৰ কাৰ্যসূচীতো স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ ধৰ্মপ্ৰাণ ৰাইজৰ ।ইফালে উৎসৱ উপলক্ষে অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় সমুহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী। ১২০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে।ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰে অনুষ্ঠিত মহোৎসৱটিক লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।1
- Saraswati puja pandu temple ghar1
- দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পলাশবাৰী সম-জিলা কাৰ্যালয়ত উদযাপন1
- Jai hind 🇮🇳🇮🇳🙏🙏1
- আজি শোণিতপুৰ জিলাৰ তেজপুৰত উপস্থিত হৈ গৌৰৱ গগৈক সমালোচনা কৰিলে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে1
- Post by Pankaj1
- Post by HOJAI JUGIJAN NEWS1
- ৰঙিয়াতো উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।1