logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত হুঁচৰিৰে আদৰণিঃ ৰাইজৰ দলৰ কৰ্মকৰ্তাৰ বিৰল একতাৰ নিদৰ্শন শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত ৰাইজৰ দলৰ এক ব্যতিক্ৰমী কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতি, সমষ্টি সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে পৰম্পৰাগত হুচৰিৰে উষ্ম আদৰণি জনোৱা হয় আৰু বিহুৰ বিহুৱানৰ মাজতেই এক ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠে। দলীয় কৰ্মকৰ্তাসকলৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনত সকলোৱে একেলগে এসাঁজ গ্ৰহণ কৰে। ৰাজনৈতিক আলোচনাৰ সমান্তৰালকৈ এনে সাংস্কৃতিক আৰু সামাজিক মিলনৰ জৰিয়তে দলটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।

5 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•

More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    7 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    8 hrs ago
  • অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত‌ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    2
    অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু  নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত‌ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    12 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    11 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    23 min ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter Tezpur, Sonitpur•
    9 hrs ago
  • শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত ৰাইজৰ দলৰ এক ব্যতিক্ৰমী কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতি, সমষ্টি সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে পৰম্পৰাগত হুচৰিৰে উষ্ম আদৰণি জনোৱা হয় আৰু বিহুৰ বিহুৱানৰ মাজতেই এক ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠে। দলীয় কৰ্মকৰ্তাসকলৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনত সকলোৱে একেলগে এসাঁজ গ্ৰহণ কৰে। ৰাজনৈতিক আলোচনাৰ সমান্তৰালকৈ এনে সাংস্কৃতিক আৰু সামাজিক মিলনৰ জৰিয়তে দলটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।
    1
    শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত ৰাইজৰ দলৰ এক ব্যতিক্ৰমী কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতি, সমষ্টি সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে পৰম্পৰাগত হুচৰিৰে উষ্ম আদৰণি জনোৱা হয় আৰু বিহুৰ বিহুৱানৰ মাজতেই এক ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠে। দলীয় কৰ্মকৰ্তাসকলৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনত সকলোৱে একেলগে এসাঁজ গ্ৰহণ কৰে। ৰাজনৈতিক আলোচনাৰ সমান্তৰালকৈ এনে সাংস্কৃতিক আৰু সামাজিক মিলনৰ জৰিয়তে দলটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    7 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.