Shuru
Apke Nagar Ki App…
আজি ওদালগুৰিত ৰাজতিলক থিয়েটাৰৰ প্ৰথম নিশাত ওদালগুৰি বাসী ৰাইজৰ বিপুল সঁহাৰি। ৰাইজৰ বিপুল দাবীত অহাকালি ৰাজপথৰ ৰাজকুমাৰীৰ দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম দৰ্শনী আৰম্ভ কৰা হ'ৱ সন্ধিয়া ৬.০০ বজাত আৰু দ্বিতীয় দৰ্শনী আৰম্ভ হ'ৱ নিশা ৯.০০ বজাৰ পৰা। গতিকে সমূহ ওদালগুৰি বাসী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ
Kibriya Ahmed

More news from Mazbat and nearby areas
- ৪ অক্টোবৰত মাজবাট...1
- সাংবাদিকক নিগ্ৰহৰ প্ৰতিক্ৰিয়া ছিপাঝাৰ ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিক ধৃতিৰাজ কলিতাৰ আক্ৰমণৰ ঘটনাক গৰিহণা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ লগতে কঠোৰ শাস্তিৰ দাবী সাংবাদিকৰ1
- উদ্বোধন হ'ল ছিপাঝাৰ সম-জিলা । সম-জিলাৰ কাৰ্যালয় মুকলি কৰে গৃহ নিৰ্মাণ,নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে।1
- উদ্বোধন হ'ল ছিপাঝাৰ সম-জিলা, সম-জিলাৰ কাৰ্যালয় মুকলি কৰে গৃহ নিৰ্মাণ,নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে1
- উদ্বোধন হ'ল ছিপাঝাৰ সম-জিলা1
- ছিপাঝাৰ সম-জিলাৰ কাৰ্যালয় মুকলি কৰে গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে ।1
- উদ্বোধন হ'ল ছিপাঝাৰ সম-জিলা1
- ধিং কাণ্ডৰ পুনৰাবৃত্তি! টিউচনৰ পৰা উভতি অহা ছাত্ৰীৰ লগত সংঘটিত হ'ল অনুৰূপ ঘটনা1