logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কংগ্ৰেছ দলৰ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

1 day ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
1 day ago

কংগ্ৰেছ দলৰ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

More news from অসম and nearby areas
  • মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।
    1
    মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    2 hrs ago
  • "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া
    1
    "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    22 hrs ago
  • 📌চামগুৰিত এ আই ইউ ডি এফ প্ৰাৰ্থীত্ব প্ৰত্যাশী মোস্তফা কামাল পাছাৰ সংবাদ মেল 📌সংবাদ মেলত পাছাই স্পষ্ট ভাষাত কয় যে তেওঁ ৰকিবুল হুছেইনৰ এজেণ্ট নহয় 📌তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বাতৰিসমূহ মিছা, ভুৱা আৰু ভিত্তিহীন বুলি দাবী কৰি পাছাই সেইসমূহ বাতৰিৰ তীব্ৰ নিন্দা কৰে। 📌লগতে প্ৰাক্তন আমছু নেতা পাছাই স্পষ্ট কৰে যে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰা ৱেব প’ৰ্টেলসমূহৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
    1
    📌চামগুৰিত এ আই ইউ ডি এফ প্ৰাৰ্থীত্ব প্ৰত্যাশী মোস্তফা কামাল পাছাৰ সংবাদ মেল
📌সংবাদ মেলত পাছাই স্পষ্ট ভাষাত কয় যে তেওঁ ৰকিবুল হুছেইনৰ এজেণ্ট নহয়
📌তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বাতৰিসমূহ মিছা, ভুৱা আৰু ভিত্তিহীন বুলি দাবী কৰি পাছাই সেইসমূহ বাতৰিৰ তীব্ৰ নিন্দা কৰে। 
📌লগতে প্ৰাক্তন আমছু নেতা পাছাই স্পষ্ট কৰে যে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰা ৱেব প’ৰ্টেলসমূহৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    5 min ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • Post by Sakandar Ali
    1
    Post by Sakandar Ali
    user_Sakandar Ali
    Sakandar Ali
    Pharmacist Srijangram, Bongaigaon•
    2 hrs ago
  • আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    1
    আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    45 min ago
  • বিধায়ক নুৰুল হুদাক উভতি ধৰিলে মৌলানা তফাজ্জুল ইছলামে ।
    1
    বিধায়ক নুৰুল হুদাক উভতি ধৰিলে মৌলানা তফাজ্জুল ইছলামে ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    7 hrs ago
  • বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।
    1
    বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.