Shuru
Apke Nagar Ki App…
AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬ "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া
NeTV - North East TV
AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬ "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া
More news from অসম and nearby areas
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1
- "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া1
- Post by Sakandar Ali2
- Post by Sanowar Hussain1
- ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।1
- কংগ্ৰেছ দলৰ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ1
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি কলগাছিয়াৰ মানুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান সভাত আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব শ্বেৰমান আলী আহমেদে।1