logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলী আহমেদে। আশ্ৰাফুল ইছলামৰ মন্তব্য। বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি কলগাছিয়াৰ মানুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান সভাত আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব শ্বেৰমান আলী আহমেদে।

on 17 February
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
on 17 February

আজি ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলী আহমেদে। আশ্ৰাফুল ইছলামৰ মন্তব্য। বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি কলগাছিয়াৰ মানুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান সভাত আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব শ্বেৰমান আলী আহমেদে।

More news from অসম and nearby areas
  • বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে কবিতা আবৃত্তি এগৰাকী যুৱকৰ। হঠাৎ কিয় এই কবিতা? কিয় বিধায়কৰ বিৰুদ্ধে খং।
    1
    বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে কবিতা আবৃত্তি এগৰাকী যুৱকৰ।
হঠাৎ কিয় এই কবিতা? কিয় বিধায়কৰ বিৰুদ্ধে খং।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    1
    বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । 
চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    15 hrs ago
  • মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ! . . . #AssemblyElection2026 #Manas #BPF #ABCNewsAssam
    1
    মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ!
.
.
.
#AssemblyElection2026 #Manas #BPF #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    15 hrs ago
  • তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ​ আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী গোপাল মন্দিৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন সমস্যা তথা উন্নয়নমূলক বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নিৰ্বাচনৰ প্ৰাকক্ষণত অধ্যক্ষগৰাকীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।
    1
    তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী
​
আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী গোপাল মন্দিৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন সমস্যা তথা উন্নয়নমূলক বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নিৰ্বাচনৰ প্ৰাকক্ষণত অধ্যক্ষগৰাকীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    22 hrs ago
  • লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।। অসমত ৪০ লাখ মহিলাক ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে || চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক || সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় || ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় || সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।। বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।
    1
    লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত  উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।।
অসমত ৪০ লাখ মহিলাক  ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে  ||
চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক ||
সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ||
ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় ||
সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।।
বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    17 hrs ago
  • ধুবুৰী জিলাৰ গোলকগঞ্জৰ কাচখানাত শিলাই প্ৰশিক্ষন কেন্দ্ৰ মুকলি
    1
    ধুবুৰী জিলাৰ গোলকগঞ্জৰ কাচখানাত শিলাই প্ৰশিক্ষন কেন্দ্ৰ মুকলি
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    14 hrs ago
  • কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    1
    কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং
বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    20 hrs ago
  • 🔴শিক্ষাগ্ৰহণৰ বাবে BTCৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বহিঃৰাজ্যলৈ যাব নালাগে। 🔴বাক্সাত আমলা ৰাম শিৱা ৰাম বড়ো বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ মন্তব্য EM বেগম আখতাৰাৰ। 🔴বিশ্ববিদ্যালয়ৰ খনৰ আধাৰশিলা স্থাপনৰ বাবে হাগ্ৰামা মহিলাৰীক প্ৰশংসা EM বেগম আখতাৰাৰ।
    1
    🔴শিক্ষাগ্ৰহণৰ বাবে BTCৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বহিঃৰাজ্যলৈ যাব নালাগে। 
🔴বাক্সাত আমলা ৰাম শিৱা ৰাম বড়ো বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ মন্তব্য EM বেগম আখতাৰাৰ।
🔴বিশ্ববিদ্যালয়ৰ খনৰ আধাৰশিলা স্থাপনৰ বাবে হাগ্ৰামা মহিলাৰীক প্ৰশংসা EM বেগম আখতাৰাৰ।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    16 hrs ago
  • গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও ( চাৰিআলিৰ) গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। বিৰাট নগৰ চাৰিআলিৰ নৃপেন গোস্বামীৰ পুত্ৰ গোপাল গোস্বামী ব‌য়স ৩৬ বছৰীয়া ব্যক্তি যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। উত্তৰ ৰায়পুৰ ৩য় খণ্ড নিজ বাসগৃহৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোক আত্মীয় স্বজনৰ ঘৰত খা খবৰ লোৱাৰ পিছত কোনো সন্ধান ওলাব পৰা নাই। গতিকে কোনো সদাসয় ব্যক্তি গোপাল গোস্বামীৰ দেখা পায় তেনেহলে তলত দিয়া নম্বৰত 6000470575/, যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনায়।
    2
    গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। 
গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও ( চাৰিআলিৰ) গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। বিৰাট নগৰ চাৰিআলিৰ  নৃপেন গোস্বামীৰ পুত্ৰ গোপাল গোস্বামী ব‌য়স ৩৬ বছৰীয়া ব্যক্তি যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। উত্তৰ ৰায়পুৰ ৩য়  খণ্ড নিজ বাসগৃহৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়।  পৰিয়ালৰ লোক আত্মীয় স্বজনৰ ঘৰত খা খবৰ লোৱাৰ পিছত কোনো সন্ধান ওলাব পৰা নাই। গতিকে কোনো সদাসয় ব্যক্তি গোপাল গোস্বামীৰ দেখা পায় তেনেহলে তলত দিয়া  নম্বৰত 6000470575/, যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনায়।
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    1 day ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.