Shuru
Apke Nagar Ki App…
ছয়গাঁৱৰ বিহদিয়াত কালি পূজা উদযাপন ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।
প্ৰতিটো খবৰ ছয়গাঁও
ছয়গাঁৱৰ বিহদিয়াত কালি পূজা উদযাপন ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।
More news from অসম and nearby areas
- ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।1
- Post by Sanowar Hussain1
- কংগ্ৰেছ দলৰ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ1
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1
- "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া1
- Post by Sakandar Ali2
- 📌নিথৰ হৈ আহিল সাহাবুউদ্দিন 📌কৰ্তব্যৰত অৱস্থাত সাহাবুউদ্দিন সৈতে ঘটিল কৰুণ ঘটনা 📌জুৰীয়াৰ শিমলুআটিত নিহত বন শ্বহীদ সাহাবুদ্দিনৰ বাসগৃহ 📌কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত দেওবাৰে অকাল মৃত্যুক সাৱটি লয় শিমলুআটি গাঁৱৰ সাহাব উদ্দিন।1
- বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি কলগাছিয়াৰ মানুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান সভাত আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব শ্বেৰমান আলী আহমেদে।1