বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা। আজি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত বিশ্বনাথৰ জিলা আয়ুক্ত শ্ৰীযুতা কৰৱী শইকীয়া কৰণ, অ.অ.সে. মহোদয়াৰ সভাপতিত্বত বজাৰৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুত প্ৰভাত পেগু, অ.অ.সে., সহকাৰী আয়ুক্ত শ্ৰীযুতা সংযুক্তা গগৈ, অ.অ.সে., খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জিলা পৰ্যায়ৰ বিষয়াসকল আৰু জিলাখনৰ মুক্ত বজাৰৰ পাইকাৰী বিক্ৰেতা তথা আলু আৰু পিয়াঁজৰ বিক্ৰেতাসকলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বিশেষকৈ চেনি আৰু পিয়াঁজৰ মূল্যবৃদ্ধিৰ বিষয়টো আলোচনা কৰা হয়। সামগ্ৰীৰ বৰ্তমানৰ উপলব্ধতা আৰু উৎস মূল্যৰ ভিত্তিত সংশ্লিষ্ট সামগ্ৰীৰ ন্যূনতম পাইকাৰী আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হয়। সকলো অংশীদাৰক নিৰ্ধাৰিত মূল্য কঠোৰভাৱে মানি চলাৰ লগতে ন্যায্য আৰু স্বচ্ছ বজাৰ ব্যৱস্থা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।
বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা। আজি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত বিশ্বনাথৰ জিলা আয়ুক্ত শ্ৰীযুতা কৰৱী শইকীয়া কৰণ, অ.অ.সে. মহোদয়াৰ সভাপতিত্বত বজাৰৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন পৰ্যালোচনা সভা অনুষ্ঠিত
হয়। সভাত বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুত প্ৰভাত পেগু, অ.অ.সে., সহকাৰী আয়ুক্ত শ্ৰীযুতা সংযুক্তা গগৈ, অ.অ.সে., খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জিলা পৰ্যায়ৰ বিষয়াসকল আৰু জিলাখনৰ মুক্ত বজাৰৰ পাইকাৰী বিক্ৰেতা
তথা আলু আৰু পিয়াঁজৰ বিক্ৰেতাসকলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বিশেষকৈ চেনি আৰু পিয়াঁজৰ মূল্যবৃদ্ধিৰ বিষয়টো আলোচনা কৰা হয়। সামগ্ৰীৰ বৰ্তমানৰ উপলব্ধতা আৰু উৎস মূল্যৰ
ভিত্তিত সংশ্লিষ্ট সামগ্ৰীৰ ন্যূনতম পাইকাৰী আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হয়। সকলো অংশীদাৰক নিৰ্ধাৰিত মূল্য কঠোৰভাৱে মানি চলাৰ লগতে ন্যায্য আৰু স্বচ্ছ বজাৰ ব্যৱস্থা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।
- বিশ্বনাথ চাৰিআলিত আঘাতপ্ৰাপ্ত মলুৱা বান্দৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলিৰ ভোৱালৰাম পেট্ৰল পাম্পৰ পিছফালে থকা আউট ইঞ্চি অঞ্চলৰ শেষৰ দেবৰ বাসগৃহত আজি পুৱাৰে পৰা এটা আঘাতপ্ৰাপ্ত মতা মলুৱা বান্দৰে বিচৰণ কৰি থকা দেখা যায়। ঘৰৰ লোকে কেইবাবাৰো বান্দৰটো খেদিবলৈ চেষ্টা কৰে যদিও বান্দৰটো ঘৰখনৰ পৰা ওলাই নগ'ল। অৱশেষত ঘৰৰ গৰাকী মানৱদৰদী ব্যক্তি শেষৰ দেবে তৎক্ষণাত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কেন্দ্ৰীয় বনাঞ্চলৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে বন বিভাগৰ উদ্ধাৰকাৰী দলৰ অজয় দাস ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মলুৱা বান্দৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা বান্দৰটো অসুস্থ হৈ আছে। ইয়াক অতি সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। চিকিৎসাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ'ব।4
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি, হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া । পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।1
- মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।1
- কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom241
- GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।1
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব। মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।1