Shuru
Apke Nagar Ki App…
কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom24
ভাস্কৰ জ্যোতি দত্ত
কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom24
- ভাস্কৰ জ্যোতি দত্তবোকাখাত, গোলাঘাট, অসমসকলোৱে তেওঁক অলপ সহায় কৰক। ভিডিঅত উল্লেখ কৰা নম্বৰটোত যোগাযোগ কৰি সাহস দিয়ক । যিমান পাৰি সিমান শ্বেয়াৰ কৰক যাতে তেওঁ সোনকালেই ঘৰলৈ ঘূৰি যাব পাৰে।3 hrs ago
More news from অসম and nearby areas
- নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ। নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷3
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব। মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।1
- If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.1
- বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 ⚽ বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 🛑 ফাইনেলত YOUNG GUN দলে TAITEN WARRIORSক ৩–২ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ মাতিপুল খেলপথাৰত সমবেত হয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী। 🛑 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #GorkhaFootball #Football #facebookpost1
- হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।2
- If you know oud, you already know... this one is special. This is Jumbo Muri Double Super—one of those oud pieces that speaks for itself. ما شاء الله تبارك وتعالى... شوفوا الجودة بأنفسكم. The moment it touches the heat, you start getting that deep, rich oud aroma... ريحة فخمة قوية وفوحها كلمسة العربية الأصيلة. And the best part? It doesn't just fragrance the room—it changes the whole atmosphere. يعطي المكان هيبة وفخامة... خصوصاً في المجلس. For the people who truly appreciate premium oud, this is definitely something you want to experience. إذا تحبون العود الأصلي... هذا لكم. Jumbo Muri Double Super مع فخامة العود... على أصولها. If you know oud, you already know... this one is special. This is Jumbo Muri Double Super—one of those oud pieces that speaks for itself. ما شاء الله تبارك وتعالى... شوفوا الجودة بأنفسكم. The moment it touches the heat, you start getting that deep, rich oud aroma... ريحة فخمة قوية وفوحها كلمسة العربية الأصيلة. And the best part? It doesn't just fragrance the room—it changes the whole atmosphere. يعطي المكان هيبة وفخامة... خصوصاً في المجلس. For the people who truly appreciate premium oud, this is definitely something you want to experience. إذا تحبون العود الأصلي... هذا لكم. Jumbo Muri Double Super مع فخامة العود... على أصولها. 📞+9196435870341